Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya

Published on February 6, 2020

SONG: Eta Kotha Kuwana (এটা কথা কোৱানা)

SINGER: Zubeen Garg & Harchita Bhattacharya 

FLIM: RATNAKAR

Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):–


এটা কথা কোৱানা 
চুই মোক চোৱানা
মই তোমাৰে নো হয় নে নহয়
এটা কথা কোৱানা 
চুই মোক চোৱানা
মই তোমাৰে নো হয় নে নহয়
পাপু বুলি মাতানা
মাতি নিজক শুধানা
তুমি মোৰেই মুমুজনী হয় নহয়
বুকুৰে আমথো
তুমিয়েই সকলো
নিজকে দেখো তোমাৰেই মাজত
এটা কথা কোৱানা 
চুই মোক চোৱানা
মই তোমাৰে নো হয় নে নহয়
এপাহি সপোনৰ
তুমিয়েই আলহী
ৰ’দালি দিথকৰ
তুমিয়েই তুলসী
অ….. তৰালি আকাশৰ
তুমিয়েই পুৱতি
শেৱালি মৰমৰ
তুমিয়েই ধৰনি
ফুতুকি পাখিলি
শুনিতৰ শেৱালি
তোমাতেই আঁকো হৃদয়ৰ সাগৰ
এটা কথা কোৱানা 
চুই মোক চোৱানা
মই তোমাৰে নো হয় নে নহয়
প্ৰতিটো সময়ৰ
তুমিয়েই চিনাকি
দুভৰি দুহাতৰ
তুমিয়েই সহাঁৰি
অ…সুখৰো দুখৰো
তুমিয়েই লগৰি
সুবাসি দুচকুৰ
তুমিয়েই তৰালি
ফুতুকি হৰিণী
তুমিয়েই ধেমালি
তোমাতেই পালো আকাশৰ সাথৰ
এটা কথা কোৱানা 
চুই মোক চোৱানা
মই তোমাৰে নো হয় নে নহয়