assamese hit song
Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika
SONG: Rati Rati (ৰাতি ৰাতি)
SINGER: Zubeen Garg & Gayatri Hazarika
FLIM: Ratnakar
Lyrics of RATI RATI (RATNAKAR):–
ৰাতি ৰাতি শুন মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি তোমালে লৰ মাৰে
নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকো
জানো মাথো আমি থাকো সপোন ভাজত
ৰাতি ৰাতি শুন মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
নিথৰ ৰাতি তোমাৰ বুকুৰ
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এন্ধাৰ পট জোনাক ৰাতি
খোজে খোজে মই
তুমি চাগে এনেকুৱাই
নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকো
জানো মাথো আমি থাকো সপোন ভাজত
ৰাতি ৰাতি শুন মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে…….
দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়া
তুমি তু এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰে
জুবুৰীয়াই দিয়া
ফুলি আছো তেনেকুৱাই
নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকো
জানো মাথো আমি থাকো সপোন ভাজত
ৰাতি ৰাতি শুন মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে…….
নে না না নে…………..
