Brahmaputrar Duti Par Lyrics | Bhupen Hazarika Songs
Song: Brahmaputrar Duti Par (ব্ৰহ্মপুত্ৰৰ দুটি পাৰ) Singer: Bhupen Hazarika Brahmaputrar Duti Par Lyrics Brahmaputrar Duti Par Lyrics:— ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলেʼ ওলালে । মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলেʼ আমি অকণি ওলামেই দলে দলে ওলামেই কʼৰবাত কেনেবাকেʼ ডাঙৰ সকল নোলালে। ডাঙৰ ডাঙৰসকলক পোহৰৰ সমাজখন অবিশ্বাসৰ এন্ধাৰেৰে কেতিয়াবা ঢাকিলে আমি সৰু … Read more