Kajiranga Voyaboho Lyrics | Bhupen Hazarika
Song: Kajiranga Voyaboho (কাজিৰঙা ভয়াবহ) Singer: Bhupen Hazarika Kaziranga Voyaboho Lyrics Kaziranga Voyaboho Lyrics:— কাজিৰঙা, কাজিৰঙা কাজিৰঙা ভয়াবহ নহয় নহয় ই অভয়াৰণ্য ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জনঅৰণ্য। অৰণ্যই যুগে যুগে জন্ম দিলে সাধনাব্ৰতী ঋষি-মুনি কত শত জ্ঞানৰ আদৰ্শ দিলে দিলে কত মনিষী গুণী। সেয়ে ভাৰত আজি হ’ল ধন্য। কাজিৰঙা মোৰ সেউজ সপোন আপোন কঁহৰা বাগৰী সীমাৰ লুইত … Read more