Mur Ganot Jole (মোৰ গানত জ্বলে) | Lyrics In Assamese | Jyoti Prasad Rabha

Song: Mur Ganot Jole (মোৰ গানত জ্বলে) Singer: Jyoti Prasad Rabha Mur Ganot Jole Lyrics Mur Ganot Jole Lyrics:— মোৰ গানত জ্বলে  শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্ব্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃতি সাৱধান৷  মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত … Read more

Nahor Fule Nuxuwai (নাহৰ ফুলে নুশুৱায়) | Lyrics In Assamese | Bishnu Prasad Rabha

Song: Nahor Fule Nuxuwai (নাহৰ ফুলে নুশুৱায়) Singer: Bishnu Prasad Rabha Nahor Fule Nuxuwai Lyrics Nahor Fule Nuxuwai Lyrics:—- নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱায় কপৌ ফুলে শুৱাব নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱায় কপৌ ফুলে শুৱাব নাহৰ ফুলে নুশুৱায় কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে মোৰ হিয়া ফুল এপাহি দিম … Read more

Ki Maya Jorire (কি মায়া জৰীৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Ki Maya Jorire (কি মায়া জৰীৰে) Singer: Bhupen Hazarika Ki Maya Jorire Lyrics Ki Maya Jorire Lyrics:—- কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ হেৰালে চেতনা গাৰ মৰিচিকা খেদি ভাগৰি পৰিছোঁ একোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’ল মানুহে মানুহক নিচিনা হ’ল বৰ ঘৰ মজিয়াত ফেঁটী-গোম সোমালে সঁচা মানৱতা কেনিবা লুকালে মৰণেও ল’লে আঁৰ। সুনীতিৰ আসনত … Read more

Nila Akakh (নীলা আকাশ) | Lyrics In Assamese | Angaraag Mahanta

Song: Nila Akakh (নীলা আকাশ) Singer: Angaraag Mahanta Nila Akakh Lyrics Nila Akakh Lyrics:— নীলা আকাশ, মেঘৰ আবাস, বৰণীয়া পোহৰ এজাক, ই ক’ৰপৰা আহি আছে ! নেজানো একোকে, সঁচা-মিছা….. অতি চিনাকি এজাক বৰষুণ, নামিলেহি মোৰ চোতালতে, অতি চিনাকি অনুভূতিবোৰ, বাগৰ সলায় মোৰ হৃদয়তে, মোৰ মনক জোকায়, সেই বৰষুণজাকৰ দৰে সিও গুচি যায়, বৰ অসহায়, অসহায় লাগে সেই … Read more

Jauti Jugiya (যাউতিযুগীয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: Jauti Jugiya (যাউতিযুগীয়া)  Singer: Jyoti Prasad Agarwala Jauti Jugiya Lyrics                                              Jauti Jugiya Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক  মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত … Read more

Aji Botor Gabhoru (আজি বতৰ গাভৰু) | Lyrics In Assamese | Bhupen Hazarika

Song: Aji Botor Gabhoru (আজি বতৰ গাভৰু) Singer: Bhupen Hazarika Aji Botor Gabhoru Lyrics Aji Botor Gabhoru Lyrics:— আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুই আগেয়ে নেজানো এতিয়া জানিলোঁ শৰীৰত একুৰা জুই । গা সিৰেসিৰায়, বুকু ধপেধপায় মন হʼল বোঁৱতী নৈ – পদুমৰ কলিটিৰ তত্ নাই গাত ফুলোঁ নে নুফুলোঁকৈ চাওঁচোন হাতেৰে চুই – আগেয়ে নেজানো, এতিয়া … Read more

Maho Ho (মহো হো) | Lyrics In Assamese | Bhupen Hazarika

Song: Maho Ho (মহো হো) Singer: Bhupen Hazarika Maho Ho Lyrics  Maho Ho Lyrics :— অহো হো মহো হো দেশৰ হকে মৰোঁ অʼ কিঞ্চিতো নাই ভয় নাই, ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।। ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰ আজি কিয় ৰং তোৰ নাই? ডাঙৰীয়া সৰু বৰে আৰু যত অনুচৰে কিয় আজি শোকতে বিনায়? নেকান্দিবি অʼ দেশমাতৃ।। ওলালোঁ মুক্তি-পথ … Read more

O Mure Lorar Maak (অ’ মোৰে ল’ৰাৰ মাক) | Lyrics In Assamese | Zubeen Garg

Song: O Mure Lorar Maak (অ’ মোৰে ল’ৰাৰ মাক) Singer: Zubeen Garg  O Mure Lorar Maak Lyrics O Mure Lorar Maak Lyrics:— ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ অ’ ৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ অ’ ৰৈয়া ৰৈ ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ অ’ মোৰে ল’ৰাৰ মাক মাছলৈ যাওঁ নাখাও নাখাও শুদা … Read more

Hothate Heral (হঠাতে হেৰাল) | Lyrics In Assamese | Zubeen Garg

Song: Hothate Heral (হঠাতে হেৰাল) Singer: Zubeen Garg Hothate Heral Lyrics Hothate Heral Lyrics:– হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক ঠাইতে অচিনা তমসাই আগছিলেহি মোক হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক ঠাইতে অচিনা তমসাই আগছিলেহি মোক সজল সজল চকু আঘাতে বেৰাল বুকু কিদৰে দেখাও আনক হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক পালে পালে আহি বাগী দি আঁতৰে … Read more

Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি) | Lyrics In Assamese | Bhupen Hazarika

Song: Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি) Singer: Bhupen Hazarika Jilmiliya Kumol Bali Lyrics  Jilmiliya Kumol Bali Lyrics:— জিলমিলিয়া কোমল বালি, তাহানিৰ কথা কিয় আজি কলি, ওঁহো কথা : ভুল হʼল নেকি ? তাহানিৰ কাহিনী কিয় শুনালি ? অʼ বুকুতে মিঠা মিঠা বিহ ঢালিলি বুকুতে মিঠা মিঠা সুৰ ঢালিলি এʼ পাহৰিছিলোঁ ! জিলমিলীয়া কোমল বালি তাহানিৰ কাহিনী … Read more