Bihure Birina (বিহুৰে বিৰিণা) | Lyrics In Assamese | Bhupen Hazarika
Song: Bihure Birina (বিহুৰে বিৰিণা) Singer: Bhupen Hazarika Bihure Birina Lyrics Bihure Birina Lyrics:— বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼল পাতে সমনীয়া দেশৰ নেতা ৰজা হʼল কথা :– তেতিয়া কি হʼল? বিহুৰে বিৰিণা পাত হে নয়া পইচা উলাই গʼল বিহুৰে বিৰিণা পাত হে ষোল অনা লুকাই গʼল বিহুৰে বিৰিণা পাত হে এশ পইচাই এটকা হʼল। চেনাই … Read more