Bhupen Hazarika
Kolir Krishna Buli (কলিৰ কৃষ্ণ’ বুলি) | Lyrics In Assamese | Bhupen Hazarika
Song: Kolir Krishna Buli (কলিৰ কৃষ্ণ’ বুলি)
Singer: Bhupen Hazarika
![]() |
| Kolir Krishna Buli Lyrics |
Kolir Krishna Buli Lyrics:—
কলিৰ কৃষ্ণ’ বুলি নোজোকাবা
‘কৃষ্ণ’ ‘কৃষ্ণ’ বুলি নোজোকাবা মোক
মইতো তোমাক আজি মতা নাই ৰাধা বুলি ।
“কলিৰ কৃষ্ণ’ বুলি নোজোকোবা মোক
‘কলিৰ কৃষ্ণ’ বুলি ।।
ষোল্লশ গোপীও নাই
এইয়া কলিকাল
বিচাৰি তোমাকে পালোঁ
ভাগ্য ভাল
ভাগ্য ভাল বুলি
‘কলিৰ কৃষ্ণ’ বুলি নোজোকাবা
‘কৃষ্ণ কৃষ্ণ’ বুলি ।।
কাষতে লুইত আছে
যমুনাও বহু দূৰ
কাষতে লুইতহে আছে
যমুনাও বহু দূৰ
বাঁহীও নবজাওঁ
নেজানোঁ কৃষ্ণসুৰ ।
ৰাসপূৰ্ণিমা নাই
এইয়া বিজুলীচাকি
নহ’বা অভিমানিনী
ৰজনী অলপহে বাকী
চোৱাঁ নয়ন মেলি
‘কলিৰ কৃষ্ণ’ বুলি নোজোকাবা
‘কৃষ্ণ কৃষ্ণ’ বুলি।।
