Tritiya Srenir Jatri Ami Lyrics

Published on December 16, 2020

Song: Tritiya Srenir Jatri Ami (তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি)

Singer: Bhupen Hazarika

 

Tritiya Srenir Jatri Ami Lyrics

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,

জীৱন ৰেলৰ ডবাত আমি

জীৱন ৰেলৰ ডবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

মাজে মাজে মাজে ৰেলে চিঞঁৰে

নোপোৱাৰ বেদনা জুই হৈ উৰে,

আমাৰ এই জুইৰেই অগ্ৰগামী

আমাৰ এই জুইৰেই অগ্ৰগামী

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি,

জীৱন ৰেলৰ ডবাত আমি

জীৱন ৰেলৰ ডবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

লগত আছে বোজাৰ বৰ বৰ পেৰা

এই পেৰা অতীতৰ চকুলোৰে ভৰা,

লগত আছে বোজাৰ বৰ বৰ পেৰা

এই পেৰা অতীতৰ চকুলোৰে ভৰা,

আমাৰ এই চকুলো বাষ্প সজালো

সেই বাষ্পেৰেই আমি ধূৰ্তগামী

সেই বাষ্পেৰেই আমি ধূৰ্তগামী

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি

জীৱন ৰেলৰ ডবাত আমি

জীৱন ৰেলৰ ডবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….

AssameseLyrical.com

তৃতীয় শ্ৰেণীৰ শত সহযাত্ৰী

মিলি দেখিম পোৱাব কালৰাত্ৰি

একেলগেহে পামগৈ লক্ষ্য আমি

একেলগেহে পামগৈ লক্ষ্য আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি

জীৱন ৰেলৰ ডবাত আমি

জীৱন ৰেলৰ ডবাত আমি

প্ৰথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি….