Bihu Gamosate Lyrics By Jyoti Prasad Agarwala

Song: Bihu Gamosate (বিহু গামোচাতে) Singer: Jyoti Prasad Agarwala Bihu Gamosate Lyrics  Bihu Gamosate Lyrics:— বিহু গামোচাতে আচুৰে নাবাছি গুণাৰে বাছিলি ফুল জীৱনত লগালি কিনো সেন্দুৰীয়া কিনো আপদীয়া ভুল৷ ফুলতে বাছিলি তোৰে পদুম চকু দেখি মোৰ হেন্দোলে বুকু হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা চলালি মৰমৰ মাকো৷ ফুলাম গামোচাৰে ব’লি অ’ লখিমী যাউতিযুগীয়া প্ৰাণৰে সাঁকো৷৷

Biswa Xobhat Gaan gaboloi Lyrics By Jyoti Prasad Agarwala

Song: Biswa Xobhat Gaan gaboloi (বিশ্ব সভাত গান গাবলৈ) Singer: Jyoti Prasad Agarwala Biswa Xobhat Gaan gaboloi Lyrics Biswa Xobhat Gaan gaboloi Lyrics:— বিশ্ব সভাত গান গাবলৈ কোন যাবি কোন যাবি জন পূজাৰ মনৰ কাজল পিন্ধি আহিবি ৷ খোপাতে তই পিন্ধি লবি নতুন আমৰ মল মাটিৰ ঘটত ভৰি লবি সেৱাতীৰ্থ জল বুকুতে তই লবি আঁৰি নতুন ফুলৰ সাতেসৰী … Read more

Siro Hundorok Dekhisilu Lyrics By Jyoti Prasad Agarwala

Song: Siro Hundorok Dekhisilu (চিৰসুন্দৰক দেখিছিলোঁ) Singer: Jyoti Prasad Agarwala Siro Hundorok Dekhisilu Lyrics Siro Hundorok Dekhisilu Lyrics:— চিৰসুন্দৰক দেখিছিলোঁ এদিন সপোন-পুৱা মহাজ্ঞানৰ মুকুট পিন্ধি পোহৰেদি যোৱা৷ মৌ মুগ্ধ মুকুতাৰে মোৰ যাচি দিলোঁ সুদা কৰি শত জীৱনৰ সকলো ভালপোৱা৷ দেখিছিলোঁ পোহৰেদি যৌৱা৷ মাথো হাঁহিলে এবাৰ মোৰ ফালে চাই বিশ্ববিজয়ী হাঁহি সেই, হাঁহিৰ অৰ্থ বুজো বুজো কৰি বজাওঁ … Read more

Siro hundor Lyrics By Jyoti Prasad Agarwala

Song: Siro hundor (চিৰসুন্দৰ) Singer: Jyoti Prasad Agarwala Siro hundor Lyrics Siro hundor Lyrics:— চিৰসুন্দৰ ! হে চিৰসুন্দৰ মোৰ ৰাগ ৰুৰবীৰে পতা লবি পূজা, তোৰে সুৰেৰে মই ৰচিলোঁ কতনা গান বুজা-নুবুজা লবি পূজা। মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান মনে মনে সোণোৱালী সপোন-বিভোৰ সপোনৰো সপোনত  ছয়াময়া ৰূপ জ্বলে তোৰ সুৰৰ শতেক ফুলে চকুৰ লোতক জ্বলে … Read more

Gumori Uthise Hiya Lyrics By Jyoti Prasad Agarwala

Song: Gumori Uthise Hiya (গুমৰি উঠিছে হিয়া) Singer: Jyoti Prasad Agarwala Gumori Uthise Hiya Lyrics Gumori Uthise Hiya Lyrics:— গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷ যৌৱনৰ প্ৰথম পুৱাত আজি ক’ত আছে প্ৰাণৰ আলহী কোনে কৈয়ে দিব কোনে জানে ৷৷

Gaane Jodi Mur Lyrics By Jyoti Prasad Agarwala

Song: Gaane Jodi Mur (গানে যদি মোৰ) Singer: Jyoti Prasad Agarwala Gaane Jodi Mur Lyrics Gaane Jodi Mur Lyrics:— গানে যদি মোৰ নলৰাই তোক আধামুদা চকুপাহি মিছাকৈয়ে তেনে মোৰ ফালে চাই নাথাকিবি হাঁহি হাঁহি ৷ মোৰ যদি গানে তোলৈ নানে নুফুলা কলিৰ ব্যথা মোৰ যদি গানে তোক মনে মনে নাই কোৱা একো কথা মোৰ সপোনৰ মোৰ গোপনৰ … Read more

Gaan ti Jodi Nilikhutei Lyrics By Jyoti Prasad Agarwala

Song: Gaan ti Jodi Nilikhutei (গানটি যদি নিলিখোঁতেই) Singer: Jyoti Prasad Agarwala Gaan ti Jodi Nilikhutei Lyrics Gaan ti Jodi Nilikhutei Lyrics:— গানটি যদি নিলিখোঁতেই তাৰ সুৰটি বাজি উঠে পুৱা পোহৰে চকুপাহিত ঢৌ তোলোতেও সাৰ পায়ো নুঠে, তাক গান নথকা সুৰটিৰেই জগাম আথেবেথে ৷৷

Gaan Likhu Moi Lyrics By Jyoti Prasad Agarwala

Song: Gaan Likhu Moi (গান লিখোঁ মই) Singer: Jyoti Prasad Agarwala Gaan Likhu Moi Lyrics Gaan Likhu Moi Lyrics:— গান লিখোঁ মই প্ৰাণ জগাবলৈ প্ৰাণ ঢালোঁ মই কণ্ঠে কণ্ঠে গান জগাবলৈ ৷ সেই কোটি কণ্ঠৰ গানে যদি পৃথিৱীৰ নতুন জীৱন আনে সেই জীৱনৰ নুপূৰা আশাৰে গান লিখি যাম বাৰে বাৰে অগ্নি ভাষাৰে মোৰ শেষৰ অগ্নিবাণে আৰু নতুনৰ … Read more

Andhar Nohole Lyrics By Jyoti Prasad Agarwala

Song: Andhar Nohole (আন্ধাৰ নহলে) Singer: Jyoti Prasad Agarwala Andhar Nohole Lyrics Andhar Nohole Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি বেজাৰ কৰি মোৰ কবিতাক কয় পোহৰ বুলি তই … Read more

Anondo Anondo Buli Lyrics By Jyoti Prasad Agarwala

Song: Anondo Anondo Buli (আনন্দ আনন্দ বুলি) Singer: Jyoti Prasad Agarwala Anondo Anondo Buli Lyrics Anondo Anondo Buli Lyrics:— আনন্দ আনন্দ বুলি জগত ভ্ৰমিলোঁ সখা আনন্দক নাপালোঁ যে দেখা আপোন সৰতে বহি মনতে বিচাৰি পালোঁ তেতিয়াহে দেখিলোঁ, অভিনয় ৰেখা আলোকে আন্ধাৰে আছে লেখা ৷৷