Bejarar Maje Maje Lyrics By Jyoti Prasad Agarwala

Song: Bejarar Maje Maje Singer:Jyoti Prasad Agarwala Bejarar Maje Maje Lyrics Bejarar Maje Maje বেজাৰৰ মাজে, কাৰ জ্বলে সোণৰ সপোন সিয়ে হওক দুখিতৰ প্ৰাণৰ আপোন৷ সেই সপোনে কোলাতকৈ আলফুলকৈ লৈ আনিছে বাতৰি জীৱনৰ জনতাৰ গণতাৰ বৰ মৰমৰ৷ সেই বাতৰিয়ে মোক নুশুনা নভবা কথা কাণে কাণে ক’লে, কোনোবা নন্দনৰ ঢুকিপোৱা ছবিখন মোৰ মন কোঠালিত থলে৷৷

Baigyanik Sayabady Lyrics By Jyoti Prasad Agarwala

Song:Baigyanik Sayabady  Song:Jyoti Prasad Agarwala Baigyanik Sayabady Lyrics Baigyanik Sayabady বৈজ্ঞানিক ছায়াবাদী মোৰ এই গানবোৰ কোনে কোনে গাৱ অতীত বৰ্ত্তমান ভৱিস্যৰ ই তিনি দিঠকৰ সানমিহলিৰে ৰচা মোৰ ই সপোনাৱলী জানো চিনি পাৱ? নীহাৰিকা জীৱনৰপৰা মই যাত্ৰা কৰিলোঁ যুগান্তৰ সপোনত মন্ত্ৰ জাৰি দিঠকলে’ ৰূপ দিয়া ময়ে খনিকৰ৷ ময়ো লিখো সোঁৱৰণী নৱ ভৱিস্যৰ শিল্পী মই তিনিও কালৰ৷৷

Bowa Bowa Dakhin Malaya Lyrics By Jyoti Prasad Agarwala

Song :Bowa Bowa Dakhin Malaya Singer:Jyoti Prasad Agarwala Bowa Bowa Dakhin Malaya Lyrics Bowa Bowa Dakhin Malaya বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ৷ সমীৰণে আহি পৰাণ জুৰালে আ–হা৷ কোন নন্দনত পাৰিজাত ফুলে বিলাই সুৰভি বিয়াকুল কৰে৷ কোন তটিনী বয়, কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কুলু কই নিজৰি, নিজৰি, নিজৰি, নিজৰি কোন সুৰে … Read more

Bornatey Joley Lyrics By Jyoti Prasad Agarwala

Song: Bornatey Joley Singer :Jyoti Prasad Agarwala Bornatey Joley Lyrics Bornatey Joley বৰ্ণত জ্বলে গন্ড়ত জ্বলে সুৰত জ্বলে গানত জ্বলে অগ্নি ছবি কাৰ ? ভাৰত জাগে ৰক্ত ৰাগে কল্পনাত ফুলে শতদল বিশ্ব বাসনাৰ৷ নিজৰ জুইৰে নিজকেই ওউৰি কৰিব খুজিছ সোণ উগ্ৰতপা হে সন্ন্যাসী তই কোন, তই কোন? সপোনত তই যি দেখিলি দিঠকত মহাসত্য জীৱন ধুনীয়া কৰা … Read more

Bhulkey Kio Mur Gantu Gali Lyrics By Jyoti Prasad Agarwala

Song: Bhulkey Kio Mur Gantu Gali Singer:Jyoti Prasad Agarwala Bhulkey Kio Mur Gantu Gali Bhulkey Kio Mur Gantu Gali ভুলকে’ কিয় মোৰ গানটো গালি? মোৰ ফুলনিত গোন্ধ শেৱালি নেপালিনো কিয় বাৰু সোণশেৱালি পালি? ভুলকে’ কিয় মোৰ মনটো চালি ছন্দটো মোৰ ভুল কৰি যে নাচ হালি জালি৷ তোৰ ভুলত সোণমূলীয়া তান অচিনাকিক চিনি নোপোৱাৰ জ্বলে অভিমান … Read more

Gose gose pati dile lyrics by Jyoti Prasad Agarwala

Song: Gose gose pati dile Singer:Jyoti Prasad Agarwala Gose gose pati dile lyrics Song: Gose gose pati dile (কোনে) গছে গছে পাতি দিলে  ফুলৰে শৰাই  (ৰাম ৰাম ) কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই (ৰাম ৰাম ) কোনে গোলাপী সখীক এনে হাঁহি দিলে ৰূপতে ৰাঙে চৰাই…. ওৰণি তলতে পৰিমল ৰেণু উৰুৱাই পৱনে  দিলে বিলাই ৷৷

Gaon khon mur dhuniya lyrics by Jyoti Prasad Agarwala

Song: Gaon khon mur dhuniya Singer: Jyoti Prasad Agarwala Gaon khon mur dhuniya lyrics  Gaon khon mur dhuniya গাঁওখনি মোৰ ধুনীয়া গাঁওখনি মোৰ গুণীয়া  মৰমতে মৰোঁ সেউজী আঁচল ধৰো ৷ গাঁওখনিকেই ভাবি ভাবি কত সপোন ৰচোঁ… দুখ বেজাৰত গাঁওখনিৰেই মু’খনি চাই চকুৰ পানী মচোঁ ৷ মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’ তৰাতকৈও জোনতকৈও আকাশী চৰগতকৈও ভাল ৰাতিপুৱাই … Read more

Gaor Ghar Lyrics By Jyoti Prasad Agarwala

Song: Gaor Ghar  Singer: Jyoti Prasad Agarwala Gaor Ghar Lyrics  Gaor Ghar Lyrics গাঁৱৰ ঘৰৰ মোৰ চোতালত ৰূপৰ জোনাক পৰে ছঁয়াময়া সোণ সপোনৰ অময়া ৰূপ ধৰে ৷ সোণ সূৰুযৰ সোণৰ লিখাই গাঁৱৰ চোতালত সোণৰ সাধু আঁকে বাঁকে সোণ শইচৰ সোণালী কপালত সাধুত লিখিলে সৃষ্টিৰ মহামন্ত্ৰ সোণৰ হাঁহিৰে জনতা জাগিলে জাগিলে জনতন্ত্ৰ ৷৷

Sirasundare Dhoribo Khujise Lyrics By: Jyoti Prasad Agarwala

Song: Sirasundare Dhoribo Khujise Singer: Jyoti Prasad Agarwala Sirasundare Dhoribo Khujise Lyrics Sirasundare Dhoribo Khujise Lyrics চিৰসুন্দৰে ধৰিব খুজিছে বিশ্বজনতা ৰূপ৷ নবীন গন্ধে নবীন বৰ্ণে জনজীৱনৰ মন্ত্ৰ জাগিছে তন্ত্ৰ জাগিছে আকাশে আকাশে বিয়পি পৰিছে নৱজীৱনৰ ধূপ৷ আজি জনতাৰ জোনাকী চকুত স্বৰ্ণজ্যোতি জ্বলে আজি জনতাৰ মন ফুলনি সুশোভিত ফুলে ফলে আজি জনতাই পৰাশ পালে হৰষ পালে, … Read more

Saraniya Patharar Garakhiya Geet Lyrics By Jyoti Prasad Agarwala

Song: Saraniya Patharar Garakhiya Geet Lyrics By : Jyoti Prasad Agarwala Saraniya Patharar Garakhiya Geet Lyrics Saraniya Patharar Garakhiya Geet Lyrics চৰণীয়া পথাৰৰ গৰখীয়া গীত দূৰণিবটীয়া হৰিলি চিত চৰণী্য়াপথাৰৰ গৰখীয়া গীত৷ পিজলী কাজলী গাখীৰতী গাই তোৰ মান ধুনীয়া নাই দামুৰি পোৱালিয়ে সেউজীয়া ঘাঁহনিত উমলি ধপলিয়াই৷ হালৰে এহালি হালৰে দুহালি হালৰ তিনিহালি গৰু চাৰিহালি— গৰু যে … Read more