Jautijugiya Dhaney Lyrics By Jyoti Prasad Agarwala

Song : Jautijugiya Dhaney  Singer:  Jyoti Prasad Agarwala Jautijugiya Dhaney Jautijugiya Dhaney  যাউতিযুগীয়া ধনে মোৰ অ’ প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে যাউতিযুগীয়া ধনে মোৰ অ’। স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ যাউতিযুগীয়া ধনে মোৰ অ’। ভাৱত অগণনে হুমুনিয়াহ অময়া সৌন্দৰ্য্য জীৱন উপচোৱা থবলৈকে ঠায়ে নোজোৰে … Read more

Hoi Ne Nhoi Ma Lyrics By Jyoti Prasad Agarwala

Song: Hoi Ne Nhoi Ma  Singer:  Jyoti Prasad Agarwala Hoi Ne Nhoi Ma Hoi Ne Nhoi Ma হয়নে নহয় মা মই দেখা বোলে সপোনবোৰ ৰাতি পুৱালেই আকাশলে’ উৰি যায় আৰু বাঘে ৰাতি দেখা সপোনবোৰক বৰা-গাহৰিয়ে খায় ? হয়নে নহয় মা ! বাঘে দেখা হেনো সপোনবোৰত বহুত হৰিণা ওলায় বাঘে সিহঁতক খেদি খেদি গৈ মাটিকে কামুৰি খায় ? … Read more

Halodhiya Soraye Lyrics By Jyoti Prasad Agarwala

Song: Halodhiya Soraye Singer: Jyoti Prasad Agarwala Halodhiya Soraye Lyrics Halodhiya Soraye গান গাব নেজানে কন্দাকৈ সুহুৰিয়ায়, ক’ৰবাৰ কিবা সুৰে তাৰ বুকু ভাঙিলে ফুৰোঁতে আপোনাৰ লগ হেৰুৱাই ৷ আন্ধাৰত বিচাৰ জোনাকত বিচাৰ বিচাৰ ফুলনিত মোৰ হেৰ অকলশৰীয়া লগৰী হেৰোৱা মোৰ গানেৰে সুৰেৰে মচি দিওঁ চকুলো তোৰ ৷৷

Himalayei Gaan Gowa Toi Lyrics By Jyoti Prasad Agarwala

Song:Himalayei Gaan Gowa Toi Singer:Jyoti Prasad Agarwala Himalayei Gaan Gowa  Himalayei Gaan Gowa Toi হিমালয়ে গান গোৱা তই শুনিছনে নাই শ বছৰৰ পিছে পিছে এই ভাৰতৰ কেন্দ্ৰ প্ৰাণৰ দিয়ে শিয়ঁৰাই দেশ বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায় ৷ অভ্ৰভেদী অনন্তলে’ স্থিৰ নয়নে চাই ব্যোম বিহাৰী ন বাতৰি যিটি শুনি পাই সেই গ্ৰহান্তৰৰ মন্ত্ৰৰে গাই নবীন যুগৰ … Read more

Hey Janata Lyrics By Jyoti Prasad Agarwala

Song:Hey Janata Singer:Jyoti Prasad Agarwala Hey Janata Lyrics Hey Janata হে জনতা তই প্ৰথমৰ তই দ্বিতীয়ৰ তইয়েই শেষৰ শিল্পী বুলি জানো সেইহে মোৰ গানৰ ছবি তোৰ ঘৰলৈ আনো ৷ মোৰ গান শুনি তই নতুন প্ৰাণ পাৱ মোৰ সুৰৰে তোৰ বেদনাৰ গানটো উচুপি গাৱ ছন্দত মোৰ জাগে সংঘাত তাৰেই তই হানি আঘাত তোক দলি পিহি থোৱা … Read more

Hey Bharat Lyrics By Jyoti Prasad Agarwala

Song:Hey Bharat  Singer:Jyoti Prasad Agarwala Hey Bharat Lyrics Hey Bharat  হে ভাৰত, তোৰ মুক্তিত বাৰু কিয় জ্বলা নাই নৱ জীৱনৰ যুক্তি ? গেলা জীৱনৰ, পচা জীৱনৰ জহি খহি যোৱা মৰা জীৱনলৈ এতিয়াও অনুৰক্তি মুক্তিত বাৰু কিয় জ্বলা নাই নৱ জীৱনৰ যুক্তি ? জ্বলা নাই কিয় জীৱনলে’ ভক্তি জগা নাই কিয় আগবাঢ়িবৰ শক্তি আপোনাতে তোৰ প্ৰকাশা … Read more

Hey Mur Gaan Lyrics By Jyoti Prasad Agarwala

Song: Hey Mur Gaan  Singer:  Jyoti Prasad Agarwala Hey Mur Gaan Lyrics Hey Mur Gaan  হে মোৰ গান ! মোৰ দৰে তোৰ প্ৰাণ আছে মোৰ দৰে তোৰ স্থান আছে মোৰ দৰে তোৰ আৰু আছে জ্বলন্ত অভিমান হে মোৰ গান ! ভাব আছে তোৰ ভাষা আছে আশা আছে তৃষ্ণা আছে তেজৰে মোৰ তই শকতিবান হে মোৰ গান ! … Read more

Hey Mur Xokolu Satak Lyrics By Jyoti Prasad Agarwala

Song: Hey Mur Xokolu Satak Singer: Jyoti Prasad Agarwala Hey Mur Xokolu Satak Lyrics Hey Mur Xokolu Satak হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ তোক বন্ধু ৰূপেহে চাওঁ তোৰে সতে মোৰ সংঘাত লাগি মোৰ জীৱনতে ধুনীয়া প্ৰকাশ পাওঁ ; মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ শতপাহি বিকশাওঁ ; তোক বন্ধু ৰূপেহে চাওঁ প্ৰতি সংঘাতে নতুন শক্তি পাওঁ তোৰে সতে … Read more

Heyro Sapunar Fulani Lyrics By Jyoti Prasad Agarwala

Song:Heyro Sapunar Fulani Singer:Jyoti Prasad Agarwala Heyro Sapunar Fulani Lyrics Heyro Sapunar Fulani হেৰ সপোনৰ ফুলনিৰ মৌ পিয়া তই বিলাসৰ কোঠালিত ফটিকা পিলি কবিতা লিখিলি তই কবিতা লিখিলি মোৰ কপালত তই বোকাৰ ইন্দ্ৰধনু জানো দেখিলি ? মোৰ কবিতাৰ শত পদুমে পোহৰত পাহি মেলে বোকাৰ চুমাত জীৱন পাই পুৱা ৰ’দালিৰে খেলে ধূলি বালিৰে বোকাৰ অৰ্ঘ্য লৈ … Read more

Bukur Tejerey Likha Gaan Mur Lyrics By Jyoti Prasad Agarwala

Song:Bukur Tejerey Likha Gaan Mur  Singer:Jyoti Prasad Agarwala Bukur Tejerey Likha Gaan  Bukur Tejerey Likha Gaan Mur বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নমচিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি৷ মোৰ, সুৰৰ চুমাত কোন কোন সাৰ পাৱ? মোৰ গান শুনি, কোন কোন ভোল যাৱ? মই কোৱা সেই জোনাকী সাধুটো নাপাহৰিবি নাপাহৰিবি নাপাহৰিবি৷৷