Ei Je Akhim Nila Robha Lyrics By Jyoti Prasad Agarwala

Song: Ei Je Akhim Nila Robha (এই যে অসীম নীলা ৰভা) Singer: Jyoti Prasad Agarwala Ei Je Akhim Nila Robha Lyrics Ei Je Akhim Nila Robha Lyrics:— এই যে অসীম নীলা ৰভা তৰি  এই যে অসীম নীলা ৰভা তৰি কোটি বেলিৰে জোন তৰাৰে থৈছ জোনাক কৰি তাত কত জ্যোতি জ্বলি উঠিছে কতবাৰ মৰি মৰি এই যে অসীম … Read more

Ei Xotikat Lyrics Jyoti Prasad Agarwala

Song: Ei Xotikat (এই শতিকাত) Singer: Jyoti Prasad Agarwala Ei Xotikat Lyrics Ei Xotikat Lyrics:— এই শতিকাত জ্বল জ্যোতিকা জন কল্যানৰ মহা স্বস্তিকা হৈ নৱ কিৰণৰ জ্বল জনিকা জনতাক দি জ্যোতি কণিকা যা সোনকালে দেশান্তৰলে’ বৈ মোৰ গোপনৰ মোৰ সপোনৰ জ্ঞান যত কথা জগতকে কৰি গৈ যত চিনাকি অচিনাকিৰ, পদূলি মূৰত তই নুশুধিলেও, নামাতিলেও হাঁহি থাকিবি বই … Read more

Ami Koribo Lagibo Lyrics By Jyoti Prasad Agarwala

Song: Jyoti Prasad Agarwala (আমি কৰিব লাগিব) Singer: Jyoti Prasad Agarwala Ami Koribo Lagibo Lyrics:— আমি কৰিব লাগিব পৃথিৱী আলোকময়…. জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্ম্মৰ নানা আদৰ্শৰ         নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়, মহামহত্বৰ বিৰোধী আসুৰী সকলো শত্ৰু কৰিব লাগিব জয় ৷ এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, কৰিব লাগিব গোটেই জগত অমৃত, আনন্দময় ৷ … Read more

Ami Gaotot Xorog Patim Lyrics By Jyoti Prasad Agarwala

Song: Ami Gaotot Xorog Patim (আমি গাঁৱত সৰগ পাতিম) Singer: Jyoti Prasad Agarwala Ami Gaotot Xorog Patim Lyrics Ami Gaotot Xorog Patim Lyrics:— আমি গাঁৱত সৰগ পাতিম আমাৰ গাঁৱৰ নামঘৰলৈ পৃথিৱীক মাতিম আমি গাঁৱত সৰগ পাতিম ৷ গাঁৱৰ মাটিত সোণৰ সপোন ফুলিম গাঁৱৰ ঘৰত গাঁৱৰ মনত ন চানেকি তুলিম বোকাত ফুলা পদুম পাহি গোন্ধত আমোল মোল সেউজী … Read more

Andhar Nohole Ratir Xopun Lyrics By Jyoti Prasad Agarwala

Song: Andhar Nohole Ratir Xopun (আন্ধাৰ নহলে ৰাতিৰ সপোন) Singer: Jyoti Prasad Agarwala  Andhar Nohole Ratir Xopun Lyrics  Andhar Nohole Ratir Xopun Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি … Read more

Andharedi Kune Lyrics By Jyoti Prasad Agarwala

Song: Andharedi Kune (আন্ধাৰেদি কোনে) Singer: Jyoti Prasad Agarwala Andharedi Kune Lyrics Andharedi Kune Lyrics:— আন্ধাৰেদি কোনে পোহৰ বিচাৰি যায় কোন বননিৰ সোণ হৰিণাই দেও দি দি লৰি চক্‌ খাই উঠি ন জোনাবাই চায় ৷ ন জোনাবাইৰ জোনাকত কোনে জগত ৰূপালী দেখ’ আন্ধাৰত বহি পোহৰৰ ৰেখা কোনে গণি পঢ়ি লেখ’ ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন মোৰ … Read more

Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala

Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট ৷ গো … Read more

Amare Xokhiya Aakul Byakule Lyrics By Jyoti Prasad Agarwala

Song: Amare Xokhiya Aakul Byakule (আমাৰে সখিয়া আকুল বিয়াকুলে) Singer: Jyoti Prasad Agarwala Amare Xokhiya Aakul Byakule Lyrics Amare Xokhiya Aakul Byakule Lyrics:— আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই! দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ৷ ফাগুনৰ বতাহে গাতে ছাটি মাৰে… গাতে ছাটি মাৰি যায় (হাঁহি) চুমাৰ … Read more

Ami Kori Furu Byakul Lyrics By Jyoti Prasad Agarwala

Song: Ami Kori Furu Byakul (আমি কৰি ফুৰো বিয়াকুল) Singer: Jyoti Prasad Agarwala Ami Kori Furu Byakul Lyrics Ami Kori Furu Byakul Lyrics:— আমি কৰি ফুৰো বিয়াকুল (থাকে) নিজৰ য’ত কুল কুল ফুলৰ পাহিত নিয়ৰ দুল সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল সিকুল ৷৷

Aah O Ghumoti Lyrics By Jyoti Prasad Agarwala

Song: Aah O Ghumoti (আহ অ’ ঘুমটি) Singer: Jyoti Prasad Agarwala Aah O Ghumoti Lyrics Aah O Ghumoti Lyrics:— আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ঘুমটি আহ অ’ ৷ ৰিক্‌মিক্‌ ৰিক্‌মিক্‌ টোপনিৰে পাখি জিকেমিকে চিক্‌মিক্‌ চিক্‌মিক্‌ হাঁহি ৷ আহ অ’ ঘুমটি ………… মইনাৰ চিকুণে চকু মুদে খালে জাপে গ’ল ধুনীয়া পাহি ৷৷