Pakhi Kore Roon Roon Lyrics By Jyoti Prasad Agarwala

Song: Pakhi Kore Roon Roon (পাখি কৰে ৰুণ্‌ ৰুণ্‌) Singer: Jyoti Prasad Agarwala Drama: Xun Pokhili Pakhi Kore Roon Roon Lyrics Pakhi Kore Roon Roon Lyrics:— পাখি কৰে ৰুণ্‌ ৰুণ্‌ গান গাই গুণ্‌ গুণ্‌ হাঁহি হাঁহি দেখুৱাই অকাবকা চকামকা ৰঙা সপোন ৷৷

Naba Jibonor Silpi Lyrics By Jyoti Prasad Agarwala

Song: Naba Jibonor Silpi (নৱজীৱনৰ শিল্পী) Singer: Jyoti Prasad Agarwala Naba Jibonor Silpi Lyrics Naba Jibonor Silpi Lyrics:— নৱজীৱনৰ শিল্পী মই  চিৰ জীৱনৰ শিল্পী তই ৷ জীৱনে জীৱনে হাঁহি    হাঁহি পাহি জপাওঁ জন্ম আঁকো জীৱন বাঁকো            পাৰ হৈ যাওঁ মৰণ সাঁকো        তোৰ লগতে থাকিও লগ নাপাওঁ ৷ তোৰ … Read more

Puwotir Ganokei Lyrics By Jyoti Prasad Agarwala

Song: Puwotir Ganokei (পুৱতিৰ গানকেই) Singer: Jyoti Prasad Agarwala Puwotir Ganokei Lyrics Puwotir Ganokei Lyrics:— পুৱতিৰ গানকেই লিখি শেষ কৰা নাই সন্ধিয়াৰ গান আহে মোক লিখ বুলি মোক লিখ বুলি লেখনীত ধৰি হাঁহে ৷ ৰবি অ’ সন্ধিয়াৰ গান নকৰিবি অভিমান তোৰ দেশলৈ যাম তোক লাখোলাখ চমা খাম, ৰাতি তই টোপনি যাবি যেতিয়া তৰাৰ সভালৈ যাম ৷৷

Puwar Bokul Butoli Lyrics By Jyoti Prasad Agarwala

Song: Puwar Bokul Butoli (পুৱাৰ বকুল বুটলি) Singer: Jyoti Prasad Agarwala  Puwar Bokul Butoli Lyrics Puwar Bokul Butoli Lyrics:— পুৱাৰ বকুল বুটলি অ’ সোণৰ পুতলি পুৱাৰ বকুল বুটলি ল’ ৷ মোৰ থাপনাত নথবি তোৰ থাপনাত নথবি খোপাতে তোৰ মালা পিন্ধি ল’ ৷ বকুল সৰা বননিত কি দেখিলি ক’ আমোলমোলাই যোৱা গোন্ধৰ ৰাতিপুৱাৰ সোণৰ ৰ’দৰ গুণগুণনিত কি শুনিলি … Read more

Prithibit Thapibole Lyrics By Jyoti Prasad Agarwala

Song: Prithibit Thapibole (পৃথিৱীত থাপিবলে) Singer: Jyoti Prasad Agarwala Prithibit Thapibole Lyrics Prithibit Thapibole Lyrics:— পৃথিৱীত থাপিবলে’ শান্তি ঘৰে ঘৰে জ্বলাবলে’ সমৃদ্ধিৰ বন্তি সৌন্দৰ্য্যৰে কৰিবলে পৃথিৱী ধুনীয়া ৷ বিশ্বভুবন ঘুৰি গ্ৰহে গ্ৰহান্তৰে ফুৰি মানুহৰ ৰূপলৈ আহোঁ মই শিল্পী সত্তা… যাউতিযুগীয়া ৷ এই পৃথিৱীলে’ আহোঁ অশৰীৰী বিশ্বব্যাপী খনিকৰ পাতিবলে’ লীলা থলী শান্তি সমৃদ্ধি সৌন্দৰ্য্যৰ ৷ শিল্পীৰ… মানুহৰ এয়ে … Read more

Prithibi Dhuniya Lyrics By Jyoti Prasad Agarwala

Song: Prithibi Dhuniya (পৃথিৱী ধুনীয়া) Singer: Jyoti Prasad Agarwala Prithibi Dhuniya Lyrics Prithibi Dhuniya Lyrics:— পৃথিৱী ধুনীয়া কৰিব লাগিব, …. তই চকুৰ পানীৰে, বুকুৰ তেজেৰে কবিতা লিখিছোঁ মই মোৰ বৈজ্ঞানিক লিখনীডালিত জুই চিঁয়াহীৰে ভৰা লিখনীৰ সেই মুখৰপৰা উফৰি পৰিছে তৰা কল্পনাযোগী মোৰ মনে আজি ভাঙিছে পুৰণি ঘৰ নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ ভূমিকম্পক কৰি আনিছোঁ প্ৰধান … Read more

Prithibir Sokupani Lyrics By Jyoti Prasad Agarwala

Song: Prithibir Sokupani (পৃথিৱীৰ চকুপানী) Singer: Jyoti Prasad Agarwala Prithibir Sokupani Lyrics Prithibir Sokupani Lyrics:— পৃথিৱীৰ চকুপানী কোনে মচি দিবি আজি সাজি দিবি পোহৰৰ নৱ বাস্তৱ, দুৱাৰে দুৱাৰে গৈ দুখিতৰ ঘৰে ঘৰে অন্ধক চকু দিয় নিৰাশাক আশা দিয় মুকক ভাষা দিয় নিৰ্জীৱক জীৱ দিয় গানেৰে সুৰেৰে দিয় জীৱনৰ দৃষ্টি অভিনৱ ৷ জনতাৰ প্ৰাণে প্ৰাণে জ্বলালি কি সঞ্জীৱনী … Read more

Puhor Dekhor Pokhilar Jake Lyrics By Jyoti Prasad Agarwala

Song: Puhor Dekhor Pokhilar Jake (পোহৰ দেশৰ পখিলাৰ জাকে) Singer: Jyoti Prasad Agarwala Puhor Dekhor Pokhilar Jake Lyrics Puhor Dekhor Pokhilar Jake Lyrics:— পোহৰ দেশৰ পখিলাৰ জাকে মোৰ ফুলনিত নাচে নোহোৱা নোপজা ফুলাম পাখিৰে নকৈ চানেকি বাছে ন পখিলাৰ লাহী ভৰতেই সৰিছে পুৰণি পাহি নতুন কলিৰ বুকু শিয়ঁৰিছে মুখত মিচিকি হাঁহি ৷ ৰৈ ৰৈ উৰিবি, পোহৰৰ পখিলা … Read more

Puhor Nopora Fulot Lyrics By Jyoti Prasad Agarwala

Song: Puhor Nopora Fulot (পোহৰ নপৰা ফুলত) Singer: Jyoti Prasad Agarwala Puhor Nopora Fulot Lyrics Puhor Nopora Fulot Lyrics:— পোহৰ নপৰা ফুলত আছিলে ফুল সুৰভি শুই শিল্পী আছিল জনৰ মনত কল্পনা তাৰ নাজাগোতেই নালাগোতেই নতুন বেলিৰ জুই ৷ পোহৰ লাগি গন্ধ জাগি  বনে বনে যায় নতুন গানৰ জুই লাগিলত এই পৃথিৱীৰ জনগণৰ, আকুলতা জাগিল প্ৰাণৰ মনৰ শিল্পী … Read more

Naba Jana Jibonor Lyrics By Jyoti Prasad Agarwala

Song: Naba Jana Jibonor (নৱ জন-জীৱনৰ) Singer: Jyoti Prasad Agarwala  Naba Jana Jibonor Lyrics Naba Jana Jibonor Lyrics:— নৱ জন-জীৱনৰ শিল্পী জাগ অ’        নৱ মন কিৰণৰ শিল্পী জাগ অ’ মোৰ মনে মোৰ প্ৰাণে জাগ অ’ মনীষাত প্ৰতিভাত জাগ জাগ অ’ তয়ে পৃথিৱীৰ আধাবুজা মোৰে মন সিজা ৷ তয়ে জনবৃদ্ধ তয়ে গণবৃদ্ধ অভিনৱ জ্ঞানৰে জনতাপ্ৰবুদ্ধ … Read more