Bon Moinar Maat Xuni Lyrics By Jyoti Prasad Agarwala

Song: Bon Moinar Maat Xuni (বন-মইনাৰ মাত শুনি ) Singer: Jyoti Prasad Agarwala Bon Moinar Maat Xuni Lyrics Bon Moinar Maat Xuni Lyrics:—- বন-মইনাৰ মাত শুনি        বন কইনা শাঁত বন জোনাকত কোনে গাৱ বনৰীয়া জাত বন কইনাৰ হাঁহি গৈ বন মালতী হ’ল বন পখিলা উৰি আহি মৌ খাবলৈ ৰ’ল বনৰ মাজত নাচে হাঁহে বনৰ … Read more

Bonot Fula Boxontor Lyrics By Jyoti Prasad Agarwala

Song: Bonot Fula Boxontor (বনত ফুলা বসন্তৰ) Singer: Jyoti Prasad Agarwala Bonot Fula Boxontor Lyrics Bonot Fula Boxontor Lyrics:— বনত ফুলা বসন্তৰ নেদেখা ফুলে অকলে বোৱা নিজৰাটিৰ বন জীৱনত আমোলমোলালে ৷ সেই সুৰভি অকলে ফুৰে বন জোনাকীৰ মনটো হৰি মনে মনে ঘূৰে ফেনতোলা সৌ নিজৰাৰ বনত কন্দা বাৰিষাৰ বুকু জুৰালে বনে বনে মনে মনে আমোলমোলালে ৷৷

Naam Ghoroloi Xorai Lyrics By Jyoti Prasad Agarwala

Song: Naam Ghoroloi Xorai (নামঘৰলৈ সোণৰ শৰাই) Singer: Jyoti Prasad Agarwala Naam Ghoroloi Xorai Lyrics Naam Ghoroloi Xorai Lyrics:— নামঘৰলৈ সোণৰ শৰাই নিয় ফুলৰ পাতৰ কি অৰিহণা দিয় ? নামঘৰলৈ সোণৰ শৰাই নিয় ? তাত আছে নে তেজৰে বোলোৱা ফুল তাত আছে নে কবিতা গানৰ ফুল তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল তলসৰা বকুল? ইমান … Read more

Nimati Koina Lyrics By Jyoti Prasad Agarwala

Song: Nimati Koina (নিমাতী কইনা) Singer: Jyoti Prasad Agarwala Nimati Koina Lyrics Nimati Koina Lyrics:— নিমাতী কইনা            নাহাঁহি মইনা! ক’ত থৈ আহিলা চেনেহৰ মইনা মাত? চেনেহৰ মইনা নুবুলি কইনা চেনেহৰ মইনা মইনা মাত ৷ দীপ্‌লিপ্‌ কুঁৱৰী কাকে আছা সুঁৱৰি মাতোঁ মাতোঁ চকুযোৰে কাকেইবা চায়! সোণৰ জাপি পিন্ধি ফুলাম ছৈৰ নাৱতে আহি ৰূপকোঁৱৰে … Read more

Neel Akakhor Eta Tora Lyrics By Jyoti Prasad Agarwala

Song: Neel Akakhor Eta Tora (নীল আকাশৰ এটা তৰা) Singer: Jyoti Prasad Agarwala Drama: Khanikor Neel Akakhor Eta Tora Lyrics Neel Akakhor Eta Tora Lyrics:— নীল আকাশৰ এটা তৰা এটা তৰা অ’ তাৰ পোহৰে…. তাৰ পোহৰে বাটটি চিনি ল’ অ’ পথিক তই ভাৱি শুনি তই কি লেখ লেখ ৷ আকাশৰ সৌ দূৰ নীলিমাৰ পোহৰে তোক মাতিছে অ’  … Read more

Neel Xagoror Xomirone Lyrics By Jyoti Prasad Agarwala

Song: Neel Xagoror Xomirone (নীল সাগৰৰ সমীৰণে) Singer: Jyoti Prasad Agarwala Neel Xagoror Xomirone Lyrics Neel Xagoror Xomirone Lyrics:— নীল সাগৰৰ সমীৰণে বাট হেৰুৱাই আহি মোৰ পদূলিৰ বকুল তলত আছিল হাঁসি হাঁহি ৷ মোৰ পুৱাৰ সুৰে নুফুলা ফুলক সাৰ পোৱালে      পাৰে পাৰে ফুৰে ৷ অচিনাকি সমীৰণক দেখি আলেখ লেখ লেখি থাকিলে লাগি থৰ সমীৰণে সুধিলে … Read more

Nupure Mate Runjun Lyrics By Jyoti Prasad Agarwala

Song: Nupure Mate Runjun (নূপুৰে মাতে ৰুণজুণ্‌) Singer: Jyoti Prasad Agarwala  Drama: Xonit Kuwori Nupure Mate Runjun Lyrics Nupure Mate Runjun Lyrics:— পত্ৰলেখা:         নূপুৰে মাতে ৰুণজুণ্‌ নূপুৰে মাতে ৰুণ জুন  নূপুৰে মাতে ৷ চিত্ৰলেখা:         সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ছাটে ৷ সখীবোৰ:         সখী বিষাদে ছাটে ৷ চিত্ৰলেখা:  … Read more

Pokhila Pakhit Lyrics By Jyoti Prasad Agarwala

Song: Pokhila Pakhit (পখিলা পাখিত) Singer: Jyoti Prasad Agarwala Pokhila Pakhit Lyrics Pokhila Pakhit Lyrics:— পখিলা পাখিত ইমান ধুনীয়া কত বৰণীয়া সোণালী ৰূপালী দীপালী আখৰেৰে মোলৈ তই লিখি আছ চিঠি ইমান মৰমেৰে ৷ বুজিলে তই খং কৰিলেও মৰমতেই কৰ তোৰ খঙতো জ্বলে ৰূপহ ছবি সৌন্দৰ্য্যতেই আন এটা ৰূপ ধৰ ৷ সেইহে মই সদায়ে তোৰ কৱি তোৰ খঙতো … Read more

Pokhila Pakhire Pal Lyrics By Jyoti Prasad Agarwala

Song: Pokhila Pakhire Pal (পখিলা পাখিৰে পাল) Singer: Jyoti Prasad Agarwala Pokhila Pakhire Pal Lyrics Pokhila Pakhire Pal Lyrics:— পখিলা পাখিৰে পাল নতৰিবি    নাৱৰীয়া নোৰোৱা ধানৰে ভৰা নভৰাবি নাৱৰীয়া নিলিখা গানটো শেষ নকৰিবি নাৱৰীয়া মই ৰচা সুৰ ওভোতাই নাগাবি নাৱৰীয়া ভটিয়া পানীতে উজনি নাও উজনি ভাটিৰে ধেমালি চাওঁ ৷৷

Porbotote Fulile Lyrics By Jyoti Prasad Agarwala

Song: Porbotote Fulile (পৰ্বততে ফুলিলে) Singer: Jyoti Prasad Agarwala Porbotote Fulile Lyrics Porbotote Fulile Lyrics:— পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি ৰেণুৰে বোলালি তই কুমলীয়া হাত ৷ অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি লেখি লেখি সেউজীয়া পাত ৷        বনে মইনা সেউজীয়া, গছে মইনা সেউজীয়া, পাতে মইনা সেউজীয়া পাত, মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি … Read more