Naam Ghoroloi Xorai Lyrics By Jyoti Prasad Agarwala

Published on May 12, 2020

Song: Naam Ghoroloi Xorai (নামঘৰলৈ সোণৰ শৰাই)

Singer: Jyoti Prasad Agarwala

Naam Ghoroloi Xorai Lyrics
Naam Ghoroloi Xorai Lyrics

Naam Ghoroloi Xorai Lyrics:—

নামঘৰলৈ সোণৰ শৰাই নিয়
ফুলৰ পাতৰ কি অৰিহণা দিয় ?
নামঘৰলৈ সোণৰ শৰাই নিয় ?

তাত আছে নে
তেজৰে বোলোৱা ফুল
তাত আছে নে কবিতা গানৰ ফুল
তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল

তলসৰা বকুল?
ইমান পুৱাই ইমান বেগাই তইনো
যাৱ কিয়?
নামঘৰলৈ সোণৰ শৰাই নিয় ৷৷