Fulor Pahit Lyrics By Jyoti Prasad Agarwala

Song: Fulor Pahit (ফুলৰ পাহিত) Singer: Jyoti Prasad Agarwala Fulor Pahit Lyrics Fulor Pahit Lyrics:— ফুলৰ পাহিত কোনে  থৈ গলি এটুপি চকুৰ পানী পুৱাৰ পোহৰে আহি চুমা খালে বেলিৰ মৰম সানি চুমা-চেনেহতে পমি নাইকীয়া হ’ল বেজাৰে মৰমে দুয়ো লগে লাগি থিতাতে ময়াপী ইযে কি আপুনি আলাসতে উৰি গ’ল ৷ বেজাৰৰ সোণতে মৰম মুকুতাইয়ে আলসুৱা ৰূপ ধৰে চকুলোটুপিয়ে … Read more

Fulor Logot Kotha Pota Lyrics By Jyoti Prasad Agarwala

Song: Fulor Logot Kotha Pota (ফুলৰ লগত কথা পতা ) Singer: Jyoti Prasad Agarwala Fulor Logot Kotha Pota Lyrics Fulor Logot Kotha Pota Lyrics:— ফুলৰ লগত কথা পতা  অকণি ছোৱালীজনী তোৰ হাঁহিত সৰে মুকুতা মাণিক চকুত জ্বলে মণি ৷ ৰাতিপুৱাৰ সোণপোহৰে ফুলৰ পাহিৰ ৰঙা চোতালত বহি তোক কি ক’লে নতুন কথা আহ অ’ মোক ক’হি সুন্দৰ … Read more

Fulam Palor Nau Lyrics By Jyoti Prasad Agarwala

Song: Fulam Palor Nau (ফুলাম পালৰ নাও) Singer: Jyoti Prasad Agarwala Fulam Palor Nau Lyrics Fulam Palor Nau Lyrics:— ফুলাম পালৰ নাও সোৱণশিৰীৰ ৰূপৰ পানীত বাওঁ ঘাটে ঘাটে খন্তেক ৰখাওঁ মনত ফুলা সোণপাহীৰ সুৰভি বিলাওঁ ৷ বাটত ঘাটত দুয়ো পাৰত কোন কোন, ক’ত আছ’ সেউজী বনত মৰম বিলাই পখিলা পাখি ওৰণি পিন্ধি বিজুলি নাচ নাচ’ সোনকালে আহ্‌ … Read more

Fule Fule Moupiya Lyrics Jyoti Prasad Agarwala

Song: Fule Fule Moupiya (ফুলে ফুলে মউপিয়া) Singer: Jyoti Prasad Agarwala Fule Fule Moupiya Lyrics  Fule Fule Moupiya Lyrics:— ফুলে ফুলে মউপিয়া উৰে ফুলৰে জীৱন মন জুৰে নাচে পখিলীয়ে সখিয়াকে মাতি ৷ উৰি উৰি সউ গাটি উৱঁলাই মউ মউ বুলিয়ে বলিয়া পখিলা ঋতু বসন্ত হাঁহে সোণৰে ৷৷

Boga Togorore Pahi Lyrics By Jyoti Prasad Agarwala

Song: Boga Togorore Pahi (বগা তগৰৰে পাহি) Singer: Jyoti Prasad Agarwala Boga Togorore Pahi Lyrics Boga Togorore Pahi Lyrics:— বগা তগৰৰে পাহি বগা তগৰৰে পাহি তাতে আঁকবাক পখিলা পৰিলে লাহি ৰঙা ৰেৱতীৰে হেঙুলি হাঁহি ৷ কেতেকীৰ ৰেণুৰে বোলে গ’ল ভোমোৰা কলীয়া হলে হালধীয়া…. উৰিকি ঘূৰিকি ৰজাই বনৰীয়া বাঁহী ৷ বিৰিঙাৰ পাততে সুৰে সুহুৰিয়াই আলাসতে গ’লে ভাহি  ৷৷

Boga Daworor Nau Lyrics By Jyoti Prasad Agarwala

Song: Boga Daworor Nau (বগা ডাৱৰৰে নাও) Singer: Jyoti Prasad Agarwala Boga Daworor Nau Lyrics Boga Daworor Nau Lyrics:— বগা ডাৱৰৰে নাও তাতে উঠি মই জোনবাইৰ সোণদেশলৈ যাওঁ ৷ জোনবাই দেশতে বগা হৰিণায়ে ৰঙাকৈ দুবৰি খায় জিলমিল চৰায়ে তুলসী বনতে শুঁইত্‌কৈ সুহুৰিয়ায় জহৰে জোনাকত আইতাই কোৱা মোক সাধুবোৰ জোনাবাইত থাকে আইতাই মনতে তুতিকৈ মাতিলে মোক নিচুকাবলৈ আহে … Read more

Bogi Suwali Lyrics By Jyoti Prasad Agarwala

Song: Bogi Suwali (বগী ছোৱালী) Singer: Jyoti Prasad Agarwala Bogi Suwali Lyrics Bogi Suwali Lyrics:— বগী ছোৱালী তই গাঁৱৰ শেৱালি ৰূপহী তই ফুলৰ চুপহি ফটা ৰিহা মেখেলাই তোক নুশুভাই গালৰ মুখৰ হাড় ওলোৱা কেবাদিনো জানো তই ভাত খোৱা নাই ? ঘৰত গৰু নাই নীলাম কৰা তোৰ পথাৰত লোকে হাল বায় ৷ কণ্ঠত তোৰ গান থাকোতেও শিকাব যে … Read more

Bon Gaonloi Jabi Lyrics By Jyoti Prasad Agarwala

Song: Bon Gaonloi Jabi (বন গাঁৱলৈ যাবি) Singer: Jyoti Prasad Agarwala Bon Gaonloi Jabi Lyrics Bon Gaonloi Jabi Lyrics:— বন গাঁৱলৈ যাবি      বন ভাৱনা হেৰোৱা মাণিক জানো বিচাৰি পাবি ? তাত ৰূপৰ নিয়ৰে মলচা দুৱৰি সোণ হৰিণাই খায় তাত নেদেখা ফুলৰ নুসুঙা গোন্ধত বননি আমোল মোলায় ৷ তাত ধুনতে ধুনীয়া পাট গাভৰুৱে কাৰোবালে’ বাট চায় … Read more

Bonot Fula Bonoriya Ful Lyrics By Jyoti Prasad Agarwala

Song: Bonot Fula Bonoriya Ful (বনত ফুলা বনৰীয়া ফুল ) Singer: Jyoti Prasad Agarwala Bonot Fula Bonoriya Ful Lyrics Bonot Fula Bonoriya Ful Lyrics:—- বনত ফুলা বনৰীয়া ফুল    গোন্ধতে তোৰ বন আমোল মোল ৷ বনত বোৱা নিজৰাটিৰ গান কুল কুল বনত ফুলা বনৰীয়া ফুল ৷ বনৰ দুবৰি খোৱা বন হৰিণা মৌ সুৱদি মিঠা মাতৰ বনৰ মইনা…. … Read more