Assamese Lyrics
Fulam Palor Nau Lyrics By Jyoti Prasad Agarwala
Song: Fulam Palor Nau (ফুলাম পালৰ নাও)
Singer: Jyoti Prasad Agarwala
![]() |
| Fulam Palor Nau Lyrics |
Fulam Palor Nau Lyrics:—
ফুলাম পালৰ নাও
সোৱণশিৰীৰ
ৰূপৰ পানীত বাওঁ
ঘাটে ঘাটে খন্তেক ৰখাওঁ
মনত ফুলা সোণপাহীৰ
সুৰভি বিলাওঁ ৷
বাটত ঘাটত
দুয়ো পাৰত
কোন কোন, ক’ত আছ’
সেউজী বনত মৰম বিলাই
পখিলা পাখি
ওৰণি পিন্ধি
বিজুলি নাচ নাচ’
সোনকালে আহ্
যাওঁ
তেৰ নদীত যি নাপালোঁ
কিজানিবা তাক বিচাৰি
সাত সাগৰত পাওঁ ৷৷
