Aarunu Kiman Monor Hopun Lyrics By Archana Mahanta

Song: Aarunu Kiman Monor Hopun (আৰুনো কিমান মনৰ সপোন) Singer: Archana Mahanta Aarunu Kiman Monor Hopun Lyrics Aarunu Kiman Monor Hopun Lyrics:— আৰুনো কিমান মনৰ সপোন মনতে সাঁচিম! আৰুনো কিমান মনৰ সপোন মনতে সাঁচিম! আৰুনো কিমান কালজুই খেদি চকুলো ঢাকিম! মোৰ চকুলো ঢাকিম! কিয়নো ফুলিলি আশাৰে কলিটি, কিয়নো মেলিলি পাহি! কাঁইটে কাঢ়িছে মোৰ জীৱনৰে ফুলাম কুমলীয়া হাঁহি! … Read more

Bao Soku Lorise Lyrics By Archana Mahanta

Song: Bao Soku Lorise (বাওঁ চকু ল’ৰিছে) Singer: Archana Mahanta Bao Soku Lorise Lyrics Bao Soku Lorise Lyrics:— বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা ←২ মনে মনে মনে আহি চকু মুদাই ধৰিবা ←২ বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা কি সাজ পিন্ধো বাৰু কি সাজ পিন্ধো ওঁ কৈ দিয়াচোন কৈ দিয়াচোন ! ←২ চকুত কাজল ল’লে কেনে … Read more

Nayanor Sokulu Loi Lyrics By Bishnu Prasad Rabha

Song: Nayanor Sokulu Loi (নয়নৰ চকুলো লৈ) Singer: Bishnu Prasad Rabha Nayanor Sokulu Loi Lyrics Nayanor Sokulu Loi Lyrics:— নয়নৰ চকুলো লৈ চোৱা কিয় মুখলৈ কৰুণ অৰুণ আঁখি বিষাদ পাহিৰে ঢাকি আছা কিয় তাতে ৰৈ? ডকা চাকনৈয়া আনি নিশাৰে কালিমা সানি নোবোৱাবা লোৰ নৈ ।।

Modar Ful Lyrics By Bishnu Prasad Rabha

Song: Modar Ful (মদাৰ ফুল) Singer: Bishnu Prasad Rabha Modar Ful Lyrics Modar Ful Lyrics:— মদাৰ ফুল ৰাঙলী বোল আদৰ তোৰ নাই হে বৰ বঙলাত সেই ফুলে বৰ আদৰ পাই ৰে । আমি খাটি খোৱা মানুহ জাতত আমাক হীন বুলি কয় ফুল বাবু হ’লে বৰ মন পাই কামত হ’লে একোৱেই নাই ৰে । বৰ বৰ মানুহৰ বান্দৰামিয়ে … Read more

Ful Kuworir Lyrics By Bishnu Prasad Rabha

Song: Ful Kuworir (ফুল কুঁৱৰীৰ) Singer: Bishnu Prasad Rabha Ful Kuworir Lyrics Ful Kuworir Lyrics:— ফুল কুঁৱৰীৰ ৰস চুমি লৈ পলাই ভোমোৰা মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা । সেই ফুলকে বুটলি আনি তিয়ালো চকুলো সানি গাঁঠিলো ফুলৰ মালা ৰসেৰে ভৰাই । সেই ফুলৰেই মালাধাৰি ল’লো মোৰ ডিঙিতে আঁৰি সেই স্মৃতিটি সুৱৰি মই হ’লো বিভোৰা ।

Roi Roi Keteki Lyrics By Bishnu Prasad Rabha

Song: Roi Roi Keteki (ৰৈ ৰৈ কেতেকী) Singer: Bishnu Prasad Rabha Roi Roi Keteki Lyrics Roi Roi Keteki Lyrics:— ৰৈ ৰৈ কেতেকী বিনাঅ’ অমাতৰ মাত কৰে সমনীয়া লগে চেমনীয়া আহ উৰণীয়া মেলি দিওঁ হাত অমাতৰ মাত । জোনবাই আনি দিম শাৰী পাতি ওমলিম শিতানতে শুব দিম সোণৰ সঁজাত অমাতৰ মাত ।

Hiri Biri Hiri Biri Lyrics By Bishnu Prasad Rabha

Song: Hiri Biri Hiri Biri (হিৰি বিৰি হিৰি বিৰি) Singer: Bishnu Prasad Rabha Hiri Biri Hiri Biri Lyrics Hiri Biri Hiri Biri Lyrics:– হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই হেই নীলাকৈ আকাশ তৰাফুল বছা কিয়নো ঐ হাঁহিৰে সপোন ৰচা । বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা কিয়নো ঐ সৰগৰ সঁফুৰা মেলা হিৰি বিৰি হিৰি বিৰি হেই অ’ হেই … Read more

O Jume Jume Lyrics By Bishnu Prasad Rabha

Song: O Jume Jume (অ’ জুমে জুমে) Singer: Bishnu Prasad Rabha O Jume Jume Lyrics O Jume Jume Lyrics:— অ’ জুমে জুমে আহ কেঁচা সোণ আহ বনুৱাৰ দল ন-পোহৰৰ জিলিক সানি যাওঁ আগুৱাই ব’ল । যুগমীয়া সাঁচতীয়া জা জাৱৰি মলি চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাবত ন ধৰাত উজ্বলি আগুৱাই যাওঁ লগৰীয়া‌ … Read more

Melani Belar Bidai Logon Lyrics By Bishnu Prasad Rabha

Song: Melani Belar Bidai Logon (মেলানি বেলাৰ বিদায় লগন) Singer: Bishnu Prasad Rabha Melani Belar Bidai Logon Lyrics Melani Belar Bidai Logon Lyrics:— মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি? বিদায় ক্ষণত থাকিলে নীৰৱ পাবা একোটি আভাস, সেই আভাসে মোৰ হৃদয়ৰে শেষ মিনতিৰ শ্বাস । গধূলি বেলিকা দেৱ নাম লিখা … Read more

Garib Hiyar Alekh Pradip Lyrics By Bishnu Prasad Rabha

Song: Garib Hiyar Alekh Pradip (গৰীৱ হিয়াৰ অলেখ প্ৰদীপ) Singer: Bishnu Prasad Rabha Garib Hiyar Alekh Pradip Lyrics Garib Hiyar Alekh Pradip Lyrics:– গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি পাতে ধনীয়ে দীপালি । বাহু ব্যথিতৰ হিয়াই হিয়াই প্ৰলয় নাচন শিখাই শিখাই তুলি দাবানল দুখ উজ্বলাই উঠে বিপ্​লব্ জ্বলি পাতে ধনীয়ে দীপালি । পীড়িতৰ … Read more