Koneng Oi Lyrics By Zubeen Garg

Song: Koneng Oi (কনেং ঐ) Singer: Zubeen Garg Koneng Oi Lyrics Koneng Oi Lyrics:– কনেং ঐ ঐ কনেং ঐ×(২) দিখৌ নদীৰ পাৰতে নল বিৰিণা হালে ফাগুণী মলয়াৰ বুকুতে যৌৱন পলাশী ৰঙেৰে কনেং অ অ অ কনেং অ×(২) উৰনীয়া মনে যে পৰিধি নামানে মায়াবী ভাবনাতে অজানিতেহে দোলে ঐয়া ঐ ঐ ঐয়া ঐ কনেং অ অ অ কনেং অ … Read more

Hikoli Singi Tumi Jaba Lyrics By Zubeen Garg

Song: Hikoli Singi Tumi Jaba (শিকলি চিঙি তুমি যাবা) Singer: Zubeen Garg Hikoli Singi Tumi Jaba Lyrics Hikoli Singi Tumi Jaba Lyrics:— শিকলি চিঙি তুমি যাবা কেনেকৈ? আজি মোক পাহৰি,,,,,,, মৰমৰ এনাজৰী এনেকৈ আজোঁৰি কেনি যোৱা আতৰি? “মই তৰা আকাশৰ, মই পৰী সপোনৰ নাহিবা কাষলে নুচুবা মোক৷ জোন-বেলি একাকাৰ মোৰ এই ৰূপতেই সময়ো যে থমকি … Read more

Tumi Jen Popiya Tora Lyrics By Zubeen Garg

Song: Tumi Jen Popiya Tora (তুমি যেন পপীয়া তৰা) Singer: Zubeen Garg Tumi Jen Popiya Tora Lyrics Tumi Jen Popiya Tora Lyrics:— তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ… তোমাতে আদি-অনাদি তোমাৰে নামৰ … Read more

Kar Porokh Lyrics By Zubeen Garg

Song: Kar Porokh (কাৰ পৰশ) Singer: Zubeen Garg Kar Porokh Lyrics Kar Porokh Lyrics:— কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা-মিঠা এশাৰী মাত জীয়াই থাকিবলে লাগে আমাক হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ কামিহাড় ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি । ঠুনুকা এই জীৱনতে এমুঠি হাঁহি পাবলে যে … Read more

Anuradha – Juge Juge Prati Khuje Lyrics By Zubeen Garg

Song: Anuradha – Juge Juge Prati Khuje (যুগে যুগে প্ৰতি খোজে) Singer: Zubeen Garg Anuradha – Juge Juge Prati Khuje Lyrics Anuradha – Juge Juge Prati Khuje Lyrics:— (পুঃ) যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ’ম বিলীন এন্ধাৰৰে চুকে চুকে আছোঁ মই তোমাতে লীন অনুৰাধা … অনুৰাধা অনুৰাধা … অনুৰাধা । সময়ৰে খাজে খাজে বৈ আহে … Read more

Kiyonu Nidiya Lyrics By Zubeen Garg

Song: Kiyonu Nidiya (কিয়নো নিদিয়া) Singer: Zubeen Garg Kiyonu Nidiya Lyrics Kiyonu Nidiya Lyrics:– নিদিয়া নিদিয়া নিদিয়া কিয়নো নিদিয়া নিদিয়া বুকুৰে মাজতে দুখন কলিজা কিয়নো নিদিয়া তুমি ডিঙিলৈকে দুখ, সুখ কেতিয়া ক’ব নোখোজা তুমি আঁজুৰি নিয়া মোহাৰি দিয়া হাঁহিব নোৱাৰোঁ তাকো চুৰ কৰি নিয়া । তুমি দিয়া কিনো দিয়া দুখকে ঢালি দিয়া তুমি নিয়া, মাথোঁ নিয়া সুখকে … Read more

Nomu Matri Axoma Lyrics By Zubeen Garg

Song: Nomu Matri Axoma (নমো মাতৃ অসমা) Singer: Zubeen Garg  Nomu Matri Axoma Lyrics Nomu Matri Axoma Lyrics:— আলাপ… নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা নমো মাতৃ অসমা, নমো মাতৃ অসমা । অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা সুজলা সুফলা শ্যামলা, সুজলা সুফলা … Read more

Xuvro Bolokar Deukat Lyrics By Zubeen Garg

Song: Xuvro Bolokar Deukat (শুভ্ৰ বলকাৰ ডেউকাত) Singer: Zubeen Garg Xuvro Bolokar Deukat Lyrics Xuvro Bolokar Deukat Lyrics:— শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা শুভ্ৰ বলকাৰ ডেউকাত সপোন ৰহণ সনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধু সনা সমীৰে বজাই বাঁহী মৃদু মধুৰ ৰাগিনী জাগে বন বীথি দুৰু দুৰু হিয়াৰ কঁপনি … Read more

Ei Mayar Dhorat Lyrics By Zubeen Garg

Song: Ei Mayar Dhorat (এই মায়াৰ ধৰাত) Singer: Zubeen Garg Ei Mayar Dhorat Lyrics Ei Mayar Dhorat Lyrics:—- এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি জীৱন গ’লেই গ’ল নিবলে একোকে নেপাবা তুমি । লোৱা লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই … মাৰা মাৰা আৰু মাৰা চেপি চেপি তেজ খোৱা শূন্য হায় … আমাৰো যি … Read more

Junak Gola Lyrics By Zubeen Garg

Song: Junak Gola (জোনাক গলা) Singer: Zubeen Garg Junak Gola Lyrics  Junak Gola Lyrics:– জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত গণি গণি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী? সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত … গলি গলি প্ৰতিদিনে … Read more