Siparot Dekhun Bohutu Xopun Lyrics By Gokul & Aagoshti

Song: Siparot Dekhun Bohutu Xopun (সিপাৰত দেখোন বহুতো সপোন) Singer: Gokul & Aagoshti  Movie: Bhoot Bangla  Siparot Dekhun Bohutu Xopun Lyrics Siparot Dekhun Bohutu Xopun Lyrics:– সিপাৰত দেখোন বহুতো সপোন কিদৰে ফুলিব হৃদয় শুৱাই ইপাৰতো দেখোন বহু কবিতা জিৰি জিৰি বতাহে নিয়ে কঢ়িয়াই দৰু দৰু মন নিৰিবিৰি ক্ষণ অ’ কিনো কওঁ তোমাক অবুজন মন মধুময় … Read more

Rib Rib Ke Ba Bolise Lyrics By Tarali Sharma

Song: Rib Rib Ke Ba Bolise (ৰিবৰিব কে বা বলিছে) Movie: Suren Suror Putek  Singer: Tarali Sharma  Lyrics & Tune: Dr. Hitesh Baruah Rib Rib Ke Ba Bolise Lyrics Rib Rib Ke Ba Bolise Lyrics:— ৰিবৰিব কে বা বলিছে আঁচল মোৰ উৰিছে লিহিৰি পাত জিৰিজিৰি কঁপিছে ৰুণজুন সুৰ বাজিছে চিলমিল টোপনিতে চকামকা সপোনতে চেনাই মোৰ … Read more

Mon Aji Hoi Ura Pokhi Lyrics By Jitul Sonowal

Song: Mon Aji Hoi Ura Pokhi (মন আজি হৈ উৰা পখী) Singer: Jitul Sonowal  Mon Aji Hoi Ura Pokhi Lyrics Mon Aji Hoi Ura Pokhi Lyrics:– মন আজি হৈ উৰা পখী তোমাকেই যায় বিচাৰি পোৱা নোপোৱাৰ দোমোজাতে আছে তোমাকেই সোঁৱৰি বহু দিন হ’ল দেখা নাই তোমাৰ চিনাকি হাঁহিটি তুমি নিদিলে মনৰ ঠিকনাত নিদিয়েহি কোনেও বাতৰি … Read more

Hahiti Diyana Moroha Uthote Lyrics By Kavita Krishnamurthy

Song: Hahiti Diyana Moroha Uthote (হাঁহিটি দিয়ানা মৰহা ওঁঠতে) Singer: Kavita Krishnamurthy Hahiti Diyana Moroha Uthote Lyrics Hahiti Diyana Moroha Uthote Lyrics:— (হাঁহিটি দিয়ানা মৰহা ওঁঠতে আঁৱৰি লোৱানা সঁচা চেনেহতে বলিছে মলয়া মতলীয়া দলিছে হিয়াৰ ফুলনি কৰিছে কিহেনো অ’ চঞ্চলা অনুৰাগ সানি সানি) ×২ সানি সানি… লহৰে লহৰে ভাহি দুটি মন সুৰীয়া অনুৰাগে গাই যাব … Read more

Nababarsha (নৱবৰ্ষ) Poem By Kuladhar Rabha

Poem: Nababarsha (নৱবৰ্ষ) Poet: Kuldhar_Rabha Nababarsha (নৱবৰ্ষ) Poem Nababarsha (নৱবৰ্ষ) Poem:– (১) অশান্ত মনৰ অশান্ত ক্ষণ জাগি উঠা জাগৰণ এন্ধাৰ ফালি সূৰুযৰ কিৰণ সৃষ্টি কৰা মহাৰণ (২) অতীতৰ ইতিহাস পৃষ্ঠাৰ ভাঁজেৰে চালেই যে একো নহয় আঁকিব লাগিব তেজৰ তূলিকাৰে আকৌ নতুন প্ৰণয়…! (৩) মৃত্যুভাগী এই জীৱন চাকি কৰিব লাগিব সূচিৰে শ্ৰম বিলাই দিয়া প্ৰগতিৰ চাকি … Read more

Wedding Song – Lajore Uroni Lyrics By Mausumi Saharia

Song: Assamese Heart Touching Romantic Wedding Song – Lajore Uroni Lyrics Singer: Mausumi Saharia  Wedding Song – Lajore Uroni Lyrics Wedding Song – Lajore Uroni Lyrics:– লাজৰে ওৰণি সৰি পৰে আজি দৰা আহিব বুলি বুকু উঠে কঁপি মনৰে পদূলি উদুলি মদুলি মন প্ৰজাপতি যায় উৰি গুচি আয়তীৰে উৰুলি শুনি অ’ আয়তীৰে উৰুলি শুনি লাজৰে ওৰণি … Read more

Xuoroni Jogai Poem By Kuladhar Rabha

Poem: Xuoroni Jogai (সোঁৱৰণী জগাই) Poet: Kuladhar Rabha Xuoroni Jogai Poem Xuoroni Jogai Poem:— সোঁৱৰণী জগাই বুকুত শিহৰণ নুবুজা এক স্বপ্ন কৰুণ অমৃতময় তোমাৰ ভাৱনাই দিলেহি বুকু খন্দুৱাই এক বুজা- নুবুজা ভাৱনা । থৈ গ’ল মোৰ হৃদয়ত ছবি আঁকি শ্যামল তূলিকাৰে, এক নেদেখা পৰিহাৰ্য দৃশ্য ।

Dur Duronire Pora Lyrics By Rumi Anjana Choudhury

Singer: Dur Duronire Pora (দূৰ দূৰণিৰে পৰা) Singer: Rumi Anjana Choudhury  Lyrics: Mrinal Kumar Choudhury Dur Duronire Pora Lyrics Dur Duronire Pora Lyrics:– (দূৰ দূৰণিৰে পৰা মোক ৰিঙিয়াই মাতে (মোক ৰিঙিয়াই মাতে) গাঁৱলীয়া আলিবাটে হাত বাউলী… ক’ত হেৰাল সেই সোণোৱালী দিন নাই তাৰ আজি চিন বাটৰ ধূলিত নে আইৰ পদূলিত ক’ত সেই সোণালী সৌ দিন?) … Read more

Jajabori Priya Mur Lyrics By Dikhsu Sharma

Song: Jajabori Priya Mur (যাযাবৰী প্ৰিয়া মোৰ) Singer: Dikhsu Sharma Lyrics: Ajoy Phukan Music: Ajoy Phukan Jajabori Priya Mur Lyrics  Jajabori Priya Mur Lyrics:–  যাযাবৰী প্ৰিয়া মোৰ (যাযাবৰী প্ৰিয়া মোৰ…) বুকুতে ৰোৱানা (বুকুতে ৰোৱানা…) যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছাঁয়া সপোনতো ৰ’ম দিঠকতো ৰ’ম তোমাতে বিলীন হ’ম… জোনাকতো ৰ’ম এন্ধাৰতো … Read more

Kar Janu Poroxot Lyrics By Manjyotsna Mahanta

Song: Kar Janu Poroxot (কাৰ জানো পৰশত) Singer: Manjyotsna Mahanta Lyrics: Rudra Barua Kar Janu Poroxot Lyrics Kar Janu Poroxot Lyrics:– কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতি পাহি কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতি পাহি পশ্চিম আকাশখনি ৰটোৱালে ঢকা আজি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি তাৰ মাজে আহে … Read more