Koliya Meghe Lyrics | Zubeen Garg

Song: Koliya Meghe (কলিয়া মেঘে) Singer: Zubeen Garg  Koliya Meghe Lyrics Koliya Meghe Lyrics:– কলিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ অভিমানী মন গুছাবলৈ কি জানো কৰো ক’বানে ঐ আলেঙে আলেঙে নিবিছাৰো অনবৰত প্ৰীতিৰে ধৰো হিয়াৰে ভৰালত মৰম শালিধান ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান আকুলতাত দিয়াহি মোক এষাৰি মাতে ঐ মোলৈ নোচোৱা নে কাষত ৰ’লেও আজি … Read more

Mitha Mitha Kothare Lyrics | Zubeen Garg

Song: Mitha Mitha Kothare (মিঠা মিঠা কথাৰে) Singer: Zubeen Garg Mitha Mitha Kothare Lyrics Mitha Mitha Kothare Lyrics:– মিঠা মিঠা কথাৰে মন ভোলালি লাহে লাহে আহি মোৰ আপোন হ’লি ঐ সপোনা]ৰ কাৰেঙত আছ যে উমলি ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ মিঠা মিঠা কথাৰে মন ভোলালি লাহে লাহে আহি মোৰ আপোন হ’লি ঐ অ’ লৈ যা … Read more

Xunali Monor Malikoni Lyrics | Zubeen Garg

Song: Xunali Monor Malikoni (সোণালী মনৰ মালিকণী) Singer: Zubeen Garg Xunali Monor Malikoni Lyrics Xunali Monor Malikoni Lyrics:– সোণালী মনৰ মালিকণী সোণালী সপোন দিয়া আনি চুটি চুটি খোজ দি লাহে লাহে আহিছা কাজলে মেৰা দুচকু লাজেৰে তুলিছা ধপ ধপ কৰে বুকু মোৰ জ্বলে মন মোৰ কৰাহি যুৰ প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ তোমাৰ ভাৱনাই বুকুত … Read more

Moi Jetiya Ei Jibonor Lyrics | Bhupen Hazarika

Song: Moi Jetai Ei Jibonor Singer: Bhupen Hazarika Moi Jetiya Ei Jibonor Lyrics Moi Jetiya Ei Jibonor Lyrics:– মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সহাঁৰি পাম  নালাগে মোৰ সোঁৱৰণী সভা নালাগে মিছা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম … Read more

Duporore Rodali Lyrics | Angaraag Mahanta

Song: Duporore Rodali (দুপৰৰে ৰ’দালি) Singer: Angaraag Mahanta Duporore Rodali Lyrics Duporore Rodali Lyrics:– দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি কঁপালে জানা মোৰ হিয়া, অৰুণে পুৱাতে আহি কপালি তলতেনো নিতে দিয়ে ফুট ৰঙা । গধূলি হ’বলৈ দিয়া জোনাকো নামিব তেতিয়া মৰমত তাতে মোক ডুবিব দিয়া । দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি কঁপালে জানা মোৰ হিয়া, অৰুণে পুৱাতে আহি … Read more

Xomoi Gotixil Lyrics | Hemanta Dutta

Song: Xomoi Gotixil (সময় গতিশীল) Singer: Hemanta Dutta Xomoi Gotixil Lyrics Xomoi Gotixil Lyrics:– সময় গতিশীল সময় গতিশীল নতুন সিও হয়যে নতুন সিও হয় যে অতীত পুৰণি অতীত পুৰণি ওচৰ হয় গতিতে ওচৰ হয় গতিতে সুদূৰ দুৰণি সুদূৰ দুৰণি সময় তোকে ৰাখিম মই যে সময় তোকে ৰাখিম মই যে ভৰাই মোৰ কৰণি ৰচিম মই সময় পাততে ৰচিম … Read more

Nojonake Nubujake Lyrics | Neel Akash

Song: Nojonake Nubujake (নজনাকে নুবুজাকে) Singer: Neel Akash Nojonake Nubujake Lyrics Nojonake Nubujake Lyrics:– নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে অ…. চকুতে চকু থৈ কিনো কথা ক’লা পলকতে হিয়াখনি কাঢ়ি নিলা মিচিকি হাঁহিতো মুকুতা সৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে  বুকুতে উমলা ভাবিলেই বাঢ়ে মৰম এতোলা দোতোলা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে শুনা শুনা শুনানা চোৱা চোৱা চোৱানা কেনেকৈনো বুজাও মই তোমাক তুমি জানো বুজি পাবা তুমি জানো ভাবি চাবা তুমিয়েই যে মাথোঁ মোৰ জোনাক সপোনৰে তুমি পখিলা অ…. অ…. অ…. অজানিতে চুমা আঁকি উৰি ফুৰা নজনাকে নুবুজাকে  পগলা হৈ বাৰে বাৰে আ….. আ…. পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে চোৱানা … Read more

Sui Diyana Muk Ahi Ebar Lyrics | Deeplina Deka️

Song: Sui Diyana Music/Lyrics- Palash S Gogoi Singer: Deeplina Deka️ Rupam Sarma Manoj Baruah Mix&Mastered- Pinku Das Smule Tabla Mix- Bikash Bharali Sui Diyana Muk Ahi Ebar Lyrics Sui Diyana Muk Ahi Ebar Lyrics:– চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভুপালি ৰাগ হৈ সৰিব….. চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব….. বাৰে বাৰেনো লাগি ধৰিছে ওঠতে তোমাৰে তোমাৰে নাম ৰ’দে হাঁহিছে ৰ’দালি নামিছে মৰমতে তাতে কি অভিমান জুৰকে বৈ আহে পূবালি বতাহ লৈ যাব মোক তোমাৰে কাষলে মোৰেনো সাধনা চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব…. জাগি জাগিনো ৰৈয়ে থাকিমে তুমি নহ’লে নহয় যেন পুৱা … Read more

Dorika Dorika Joubonor Lyrics | Subasana Dutta

Song: Dorika Dorika Joubonor Singer: Subasana Dutta Lyrics/Tune: Ramen Danah Additional Folk Lyrics: Punam Nath Music: Pinkal Pratyush Mixed & Mastered by Diganta Bordoloi Dorika Dorika Joubonor Lyrics Dorika Dorika Joubonor Lyrics:– দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে চিতিকা চিতিকা প্ৰেমৰে চিতিকা পাতিলি পিচলি পিচলি তাতে গৈ পৰিলো পিচলি হেই চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি জুমি চাবিনে হিয়াখন যেন বাঢ়নি নদীখন তাতে মৰমৰ জিয়া জিয়া ধল বাওলি বতাহে মোৰে মন বিছাৰিচে তোৰে মৰম টকালি পাৰি উঠিছে জৌৱন চিতিকা চিতিকা প্ৰেমৰে … Read more

Suma Diyana Lyrics | Neel Akash

Song: Suma Diyana Singer – Neel Akash Music – Ujjwal Aarong Mix & mastered – Ibson Lal Barua Suma Diyana Lyrics Suma Diyana Lyrics:– চুমা, চুমা, কপাহি কোমল হিয়া কপাহি কোমল হিয়া আজি যেন উৰনীয়া বিচাৰি মৰমৰে এ বুকু ৰঙা নীলা  ওঠৰে পৰশ অকন চুই চাই লবলে চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে হা….. আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে বুজানে কি কোৱানা এই মনকে সজালোঁ ঘৰ চোৱানা  মোৰ বুকুতে কাষৰলে আহি ৰোৱানা এবাৰলে… হেই হেই… হা… হা… চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা