Nojonake Nubujake Lyrics | Neel Akash

Published on March 15, 2020

Song: Nojonake Nubujake (নজনাকে নুবুজাকে)

Singer: Neel Akash


Nojonake Nubujake Lyrics
Nojonake Nubujake Lyrics

Nojonake Nubujake Lyrics:–

নজনাকে নুবুজাকে
পৰিলো তোমাৰে প্ৰেমতে
চোৱানা
পৰিলো তোমাৰে প্ৰেমতে
নভবাকে পগলা হৈ
বিচাৰো তোমাকে কাষতে
চোৱানা
বিচাৰো তোমাকে কাষতে
নোৱাৰো থাকিবলে অকলে অকলে
গুচি যাম দূৰণিলে
তোমাকে নাপালে
নজনাকে নুবুজাকে 
পগলা হৈ বাৰে বাৰে

অ…. চকুতে চকু থৈ
কিনো কথা ক’লা
পলকতে হিয়াখনি কাঢ়ি নিলা
মিচিকি হাঁহিতো মুকুতা সৰা
সপোনতো বাৰে বাৰে খেদি ফুৰা
এতিয়া তুমি যে 
বুকুতে উমলা
ভাবিলেই বাঢ়ে মৰম
এতোলা দোতোলা
নজনাকে নুবুজাকে 
পগলা হৈ বাৰে বাৰে

শুনা শুনা শুনানা
চোৱা চোৱা চোৱানা
কেনেকৈনো বুজাও মই তোমাক
তুমি জানো বুজি পাবা
তুমি জানো ভাবি চাবা
তুমিয়েই যে মাথোঁ মোৰ জোনাক
সপোনৰে তুমি পখিলা
অ…. অ…. অ….
অজানিতে চুমা আঁকি উৰি ফুৰা
নজনাকে নুবুজাকে 
পগলা হৈ বাৰে বাৰে
আ….. আ….
পৰিলো তোমাৰে প্ৰেমতে
চোৱানা
পৰিলো তোমাৰে প্ৰেমতে
চোৱানা
পৰিলো তোমাৰে প্ৰেমতে
চোৱানা
পৰিলো তোমাৰে প্ৰেমতে