Dorika Dorika Joubonor Lyrics | Subasana Dutta

Song: Dorika Dorika Joubonor

Singer: Subasana Dutta

Lyrics/Tune: Ramen Danah

Additional Folk Lyrics: Punam Nath

Music: Pinkal Pratyush

Mixed & Mastered by Diganta Bordoloi

Dorika Dorika Joubonor Lyrics
Dorika Dorika Joubonor Lyrics

Dorika Dorika Joubonor Lyrics:–

দৰিকা দৰিকা জৌৱনৰ
বৈচে নদিৰ বুকুৰে
আওলি বাওলি বিৰিনা
হৈ নাচে মন উলাহে
দৰিকা দৰিকা জৌৱনৰ
বৈচে নদিৰ বুকুৰে
আওলি বাওলি বিৰিনা
হৈ নাচে মন উলাহে
চিতিকা চিতিকা প্ৰেমৰে
চিতিকা পাতিলি
পিচলি পিচলি তাতে গৈ
পৰিলো পিচলি
হেই চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি
চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি
জুমি চাবিনে হিয়াখন
যেন বাঢ়নি নদীখন
তাতে মৰমৰ জিয়া জিয়া ধল
বাওলি বতাহে মোৰে মন
বিছাৰিচে তোৰে মৰম
টকালি পাৰি উঠিছে জৌৱন
চিতিকা চিতিকা প্ৰেমৰে
চিতিকা পাতিলি
পিচলি পিচলি তাতে গৈ
পৰিলো পিচলি
হেই চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি
চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি
বেকা-বেকি তোৰ চাওনি
বুকুৱে দি যাই সৰকি
দুলনি দিয়েহি ৰাতি ৰাতি মোক
বুকুৰে বহল মাজুলি
লবিনে তাতে সাৱতি
জিৱনে মৰনে নিজৰ বুলি মোক
চিতিকা চিতিকা প্ৰেমৰে
চিতিকা পাতিলি
পিচলি পিচলি তাতে গৈ
পৰিলো পিচলি
হেই চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি
চকুয়ে চকুৱে নাচাবি
বুকুতে মাৰে গাজনি

Leave a Comment