Lyrics of RATI RATI (RATNAKAR) | ৰাতি ৰাতি | Zubeen Garg & Gayatri Hazarika

SONG: Rati Rati (ৰাতি ৰাতি) SINGER: Zubeen Garg & Gayatri Hazarika FLIM: Ratnakar Lyrics of RATI RATI (RATNAKAR):– ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পট জোনাক ৰাতি খোজে খোজে মই তুমি চাগে এনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. দুখৰ বিষৰ চেনেহবোৰো উবুৰিয়াই দিয়া তুমি তু এনেকুৱাই বোকাত পদুম ফুলাৰ দৰে জুবুৰীয়াই দিয়া ফুলি আছো তেনেকুৱাই নেজানো ক’ত তুমি থাকা  নেজানো মই ক’ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে……. নে না না নে…………..

Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব … Read more

Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি……. … Read more

Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) By Bhupen Hazarika | Lyrics In Assamese

Song: Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ)  Singer: Bhupen Hazarika  Moi Jetia Ei Jibonor (মই যেতিয়া এই জীৱনৰ) Lyrics In Assamese:– মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. আশা কৰোঁ মোৰ ছিতাৰ কাষত তোমাৰ সহাঁৰি পাম নালাগে মোক মোৰ সোঁৱৰনি সভা নালাগে মোক মিচা নাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……. মানুহৰ বাবে গীত গায় গায় তোমাক পাহৰি গ’লো সেয়েহে হ’বলা ভৰ জীৱনতে তোমাকো হেৰুৱালোঁ সেই ক্ষোভে মোক দহিছে আজিও শান্তি ক’তেনো পাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম…… মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম মোৰ জীৱনৰ সংগ্ৰাম খিনি ফহিয়ায় চালে পাম তুমি নিদিয়া মৰম খিনিতে আছিল সৰগী ধাম তোমাৰ এটুপি চকুলোঁ পালেই মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ  মায়া এৰি গুচি যাম……

Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana

Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত  জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ … Read more

Seni Seni Senimai (চেনি চেনি চেনিমাই) By Neel Akash | Lyrics In Assamese

Song: Seni Seni Senimai (চেনি চেনি চেনিমাই) Singer: Neel Akash Seni Seni Senimai (চেনি চেনি চেনিমাই) Lyrics In Assamese:— অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. অ,,,, হ…. ঐ চেনি চেনি চেনি চেনিমাই বিহুতলিত তোমাক দেখা পায় কাষে চাপি গ’লো যে মৰম লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই  চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়াই হাঁহিলে লাহি ককাল ভাঙিলে আমনি নালাগে চাই চাই এ ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. হে সোণালি ধাননি চালে চকু ৰোৱা চালে চকু ৰোৱা দেখি ভালে লাগি যায় এ…. তোমাৰে হা…..হিতি ইমান যে ধুনীয়া ইমান যে ধুনীয়া দেখি ভালে লাগি যায় অ…. অ….অ….অ….. ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলিজা ক’পে মৰম লাগে চেনেহ লাগে তোমাক দেখি পিৰিটি জাগে চেনি চেনি চেনি চেনিমাই মোৰ বুকুত তুমি ললা ঠাই ঐ…….. অ,,,, হ…. বহুতৰ মাজতে … Read more

Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) By Angaraag Mahanta (Papon) | Lyrics In Assamese

Song: Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Singer: Angaraag Mahanta (Papon) Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Lyrics In Assamese:—- প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল | আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. অ….আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে…….. সোনালি হৈ থাক, তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে, ৰৈ যায় যেন মধুমই…….. হৃদয় কপোৱা গান এটি,  পোৱা নোপোৱা সুৰ এটি, তাতেই হেৰাই চন্দ মোৰ হয়তো বা, তথাপি সপোনৰ, সপোনৰে দিঠকৰ, তোমাকে আদৰো, সেন্দুৰীয়া বাটত…….. প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ | প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল, … Read more