Assamese Lyrics
Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana
Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ)
Singer: Zubeen Garg
Album: Maa
Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:–
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
অভিনম মৰমেৰে
ব্যাকুল কৰা না
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
অষ্ঠিৰ আৱেগৰ
পৰশ লোৱা না
অভিমানী দুচকুত
শান্তি দিয়া না
অষ্ঠিৰ আৱেগৰ
পৰশ লোৱা না
অভিমানী দুচকুত
শান্তি দিয়া না
অময়া মৰমৰ
সুবাস হোৱা না
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
তোমাতেই হয় শেষ
কামনাৰ পৰিধি
এটি এটি পল
মোৰেই পৃথিৱী
তোমাতেই হয় শেষ
কামনাৰ পৰিধি
এটি এটি পল
মোৰেই পৃথিৱী
কবিতা হৈ বুকুত
তুমি সাৰ পোৱানা
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
মোৰ মনৰে কল্পনাত
জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত
তুলসী হোৱানা
মোৰ মনৰে কল্পনাৰ
জেতুকা হোৱানা
