Seni Seni Senimai (চেনি চেনি চেনিমাই) By Neel Akash | Lyrics In Assamese

Published on February 4, 2020

Song: Seni Seni Senimai (চেনি চেনি চেনিমাই)
Singer: Neel Akash


Seni Seni Senimai (চেনি চেনি চেনিমাই) Lyrics In Assamese:—

অ,,,, হ…. অ,,,, হ….
অ,,,, হ…. অ,,,, হ….
অ,,,, হ…. ঐ
চেনি চেনি চেনি চেনিমাই
বিহুতলিত তোমাক দেখা পায়
কাষে চাপি গ’লো যে
মৰম লাগি তোমাৰে
ধুনীয়া মুখনি চাই চাই 
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ললা ঠাই
মিচিকিয়াই হাঁহিলে
লাহি ককাল ভাঙিলে
আমনি নালাগে চাই চাই
এ ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা ক’পে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিটি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ললা ঠাই ঐ……..
হে সোণালি ধাননি
চালে চকু ৰোৱা
চালে চকু ৰোৱা
দেখি ভালে লাগি যায়
এ…. তোমাৰে হা…..হিতি
ইমান যে ধুনীয়া
ইমান যে ধুনীয়া
দেখি ভালে লাগি যায়
অ…. অ….অ….অ…..
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা ক’পে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিটি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ললা ঠাই ঐ……..
অ,,,, হ…. বহুতৰ মাজতে
মোৰে জান মোৰে জান 
ল’লো বাছি তোমাক
মোৰে জান মোৰে জান
তুমি বা কোৱা কি ???
মোৰে জান
নে কৰিবা অভিমান
তোমাক বুজি পোৱা
তোমাক বুজি পোৱাই টান
অ….অ…..
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা ক’পে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিটি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ললা ঠাই
মিচিকিয়াই হাঁহিলে
লাহি ককাল ভাঙিলে
আমনি নালাগে চাই চাই ঐ…….