Tumi Notun Purukh (তুমি নতুন পুৰুষ) | Lyrics In Assamese | Bhupen Hazarika

Song: Tumi Notun Purukh (তুমি নতুন পুৰুষ) Singer: Bhupen Hazarika Tumi Notun Purukh Lyrics Tumi Notun Purukh Lyrics:— তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্রহৰী! কেঁচা জীৱন সোঁতক সিঞ্চন কৰি সজাবা সমাজ নিজ হাতেৰে গঢ়ি। এন্ধাৰ গলিত আলোক বৰষাৰ ঢালিবা তুমি উচ্ছল বাৰি।। মৃত্যুঞ্জয়ী তুমি কৰিবা দমন শোষকৰ দংশন নোহে চিৰন্তন। সঙ্কল্প তোমাৰ হ’বই … Read more

Liyen Makao (লিয়েনমাকাও) | Lyrics In Assamese | Bhupen Hazarika

Song: Liyen Makao (লিয়েনমাকাও)  Singer: Bhupen Hazarika Liyen Makao Lyrics Liyen Makao Lyrics:— লিয়েনমাকাও– লিয়েনমাকাও কোন কোন পাহাৰ শিখৰতে বাট চাইছা ? সুৰৰ পঁজা কিয় উদং ৰাখিম অকলশৰে মই কিমান কান্দিম তাকে একমনে ভাবিছাঁ । চুলিটাৰি— চুলিটাৰি তাতে তাতে ডিয়েংচিয়ে পাতৰ ৰং সানিছা সেই ৰং লাগি হঁহা শ্বৰাতি বাঁহীৰ সেই ৰং লাগি হঁহা শ্বৰাতি বাঁহীৰ সুৰধ্বনি তুমি … Read more

Kinu Kopal Haadhi (কিনো কপাল সাধি) | Lyrics In Assamese | Bhupen Hazarika

Song: Kinu Kopal Haadhi (কিনো কপাল সাধি) Singer: Bhupen Hazarika Kinu Kopal Haadhi Lyrics Kinu Kopal Haadhi Lyrics:— কিনো কপাল সাধি আহিলি বান্ধ ঘৰ মৰিশালি হʼল। আপোন হাতেৰে ফুলনি পাতিলি থিতাতে মৰহি গল হেʼ।। আকাশৰ মনেৰে জোনক সাবটিলি জোনৰ নুবুজিলি ছল। জোনও লুকালে জোনাকো পলালে সৰিছে চকুলোৰ ধল হেʼ।। গৰু-গাই মাউৰা পাৰহো মাউৰা তাঁতৰ শাল নিমাওমাও হʼল, … Read more

Hu Hu Dhumuha (হু হু ধুমুহা) | Lyrics In Assamese | Bhupen Hazarika

Song: Hu Hu Dhumuha (হু হু ধুমুহা) Singer: Bhupen Hazarika Hu Hu Dhumuha Lyrics Hu Hu Dhumuha Lyrics:— (হু হু ধুমুহা আহিলেও হে মোৰে মনৰ মানুহ, সুখে দুখে তুমি মোৰ সৈতে থাকিবানে–?) হু হু ধুমুহা আহিলেও আকাশ কʼলা মেঘে ছানিলেও ৰিম্‌ঝিম্‌ বৰষুণ পৰিলেও তুমি যেন থাকাঁ মোৰ কাষতে। হু হু ধুমুহা আহিলেও– জীৱনৰ প্ৰথম তৰীত প্ৰথম যাত্ৰী … Read more

Ki Maya Jorire (কি মায়া জৰীৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Ki Maya Jorire (কি মায়া জৰীৰে) Singer: Bhupen Hazarika Ki Maya Jorire Lyrics Ki Maya Jorire Lyrics:—- কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ হেৰালে চেতনা গাৰ মৰিচিকা খেদি ভাগৰি পৰিছোঁ একোৰে পোৱা নাই পাৰ। সমাজখন ভুৱাৰে ভৰি গ’ল মানুহে মানুহক নিচিনা হ’ল বৰ ঘৰ মজিয়াত ফেঁটী-গোম সোমালে সঁচা মানৱতা কেনিবা লুকালে মৰণেও ল’লে আঁৰ। সুনীতিৰ আসনত … Read more

Aji Botor Gabhoru (আজি বতৰ গাভৰু) | Lyrics In Assamese | Bhupen Hazarika

Song: Aji Botor Gabhoru (আজি বতৰ গাভৰু) Singer: Bhupen Hazarika Aji Botor Gabhoru Lyrics Aji Botor Gabhoru Lyrics:— আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুই আগেয়ে নেজানো এতিয়া জানিলোঁ শৰীৰত একুৰা জুই । গা সিৰেসিৰায়, বুকু ধপেধপায় মন হʼল বোঁৱতী নৈ – পদুমৰ কলিটিৰ তত্ নাই গাত ফুলোঁ নে নুফুলোঁকৈ চাওঁচোন হাতেৰে চুই – আগেয়ে নেজানো, এতিয়া … Read more

Maho Ho (মহো হো) | Lyrics In Assamese | Bhupen Hazarika

Song: Maho Ho (মহো হো) Singer: Bhupen Hazarika Maho Ho Lyrics  Maho Ho Lyrics :— অহো হো মহো হো দেশৰ হকে মৰোঁ অʼ কিঞ্চিতো নাই ভয় নাই, ওলালোঁ মুক্তি-পথ যাত্ৰী, হেʼ হেʼ।। ৰংঘৰ ৰংঘৰ তেজী ৰঙা ৰংঘৰ আজি কিয় ৰং তোৰ নাই? ডাঙৰীয়া সৰু বৰে আৰু যত অনুচৰে কিয় আজি শোকতে বিনায়? নেকান্দিবি অʼ দেশমাতৃ।। ওলালোঁ মুক্তি-পথ … Read more

Hothate Heral (হঠাতে হেৰাল) | Lyrics In Assamese | Zubeen Garg

Song: Hothate Heral (হঠাতে হেৰাল) Singer: Zubeen Garg Hothate Heral Lyrics Hothate Heral Lyrics:– হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক ঠাইতে অচিনা তমসাই আগছিলেহি মোক হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক ঠাইতে অচিনা তমসাই আগছিলেহি মোক সজল সজল চকু আঘাতে বেৰাল বুকু কিদৰে দেখাও আনক হঠাতে হেৰাল কেনিনো মোৰ চোতালতে জোনাক পালে পালে আহি বাগী দি আঁতৰে … Read more

Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি) | Lyrics In Assamese | Bhupen Hazarika

Song: Jilmiliya Kumol Bali (জিলমিলিয়া কোমল বালি) Singer: Bhupen Hazarika Jilmiliya Kumol Bali Lyrics  Jilmiliya Kumol Bali Lyrics:— জিলমিলিয়া কোমল বালি, তাহানিৰ কথা কিয় আজি কলি, ওঁহো কথা : ভুল হʼল নেকি ? তাহানিৰ কাহিনী কিয় শুনালি ? অʼ বুকুতে মিঠা মিঠা বিহ ঢালিলি বুকুতে মিঠা মিঠা সুৰ ঢালিলি এʼ পাহৰিছিলোঁ ! জিলমিলীয়া কোমল বালি তাহানিৰ কাহিনী … Read more

Bihure Birina (বিহুৰে বিৰিণা) | Lyrics In Assamese | Bhupen Hazarika

Song: Bihure Birina (বিহুৰে বিৰিণা) Singer: Bhupen Hazarika Bihure Birina Lyrics Bihure Birina Lyrics:— বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼল পাতে সমনীয়া দেশৰ নেতা ৰজা হʼল কথা :– তেতিয়া কি হʼল? বিহুৰে বিৰিণা পাত হে নয়া পইচা উলাই গʼল বিহুৰে বিৰিণা পাত হে ষোল অনা লুকাই গʼল বিহুৰে বিৰিণা পাত হে এশ পইচাই এটকা হʼল। চেনাই … Read more