O Ami Tezal (অʼ আমি তেজাল) | Lyrics In Assamese | Bhupen Hazarika
Song: O Ami Tezal (অʼ আমি তেজাল) Singer: Bhupen Hazarika O Ami Tezal Lyrics O Ami Tezal Lyrics:— অʼ আমি তেজাল গাঁৱলীয়া গাঁৱৰে ৰাখিম মান। নাঙল-যুঁৱলীৰে পৃথিৱী সজাওঁ ৰʼদত তিৰেবিৰায় জান। লহ্পহীয়া মুগাবৰণীয়া মলয়াত হালিছে ধান গাঁৱৰে ৰাখিম মান। অʼ আমি গাভৰু ধুনীয়া ছেগ চাই কাটিমে ধান গাঁৱৰ গৰখীয়াই পেঁপাটি বজাই সুৰতে হৰি গʼল প্ৰাণ ছেগ চাই … Read more