Mur Gaan Hauk Lyrics | মোৰ গান হওক | Bhupen Hazarika
Song: Mur Gaan Hauk (মোৰ গান হওক) Singer: Bhupen Hazarika Mur Gaan Hauk Lyrics Mur Gaan Hauk Lyrics:— মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা-বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান।। মোৰ কলাশৈলীতে মূৰ্ত্ত হওক এক মধুৰ বৈশিষ্টৰ মান। এই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ।। মোৰ গান হওক বহু আস্থাহীনতাৰ … Read more