O Abhimani Bandhu Lyrics | অʼ অভিমানী বন্ধু | Bhupen Hazarika

Published on February 19, 2020

Song: O Abhimani Bandhu (অʼ অভিমানী বন্ধু)

Singer: Bhupen Hazarika

O Abhimani Bandhu Lyrics
O Abhimani Bandhu Lyrics

O Abhimani Bandhu Lyrics:—-

অʼ অভিমানী বন্ধু
ভুল নুবুজিবা,
নাপাহৰিবা,
পাহৰি নাযাবা।।
সংযমহীনা বুলি দুষিছিলাঁ
তুমিয়ে চাগে শুদ্ধ
পৰ পুৰুষত অধিকাৰ নাই
সেয়ে মোৰ পথ ৰুদ্ধ।
সেয়ে বিদায় মাগিলোঁ
হাৰো মানিলোঁ
কৰি নিয়তিৰে যুদ্ধ।।
নাপাৰহিবা
পাহৰি নাযাবা।
তম্বু তৰিলোঁ তোমাৰ সভাত
লুকাই খেলিলো খেলা
অঘৰী জীৱন ঘৰতো নাপাম
শূন্যতে মোৰ মেলা।।

নাপাহৰিবা

পাহৰি নাযাবা।

অʼ অভিমানী বন্ধু
ভুল নুবুজিবা……l।