RumJhum Nupur Lyrics | ৰুম্‌ ঝুম্‌ নেপুৰ | Bhupen Hazarika

Song: RumJhum Nupur (ৰুম্‌ ঝুম্‌ নেপুৰ) Singer: Bhupen Hazarika RumJhum Nupur Lyrics RumJhum Nupur Lyrics:— ৰুম্‌ ঝুম্‌ নেপুৰ বজাই ঝুম্‌ ঝুম্‌ ঝুম্‌ ঝুমকা কঁপাই ৰূপসী নৈৰ পাৰেদি কোন চাওতালী গাভৰু যায় ! তাইৰ অঙ্গে অঙ্গে শোভা তাইৰ ৰূপ মনোলোভা হৰিণী চাৱনিৰ চেনেহ সৰি যায় । কৃষ্ণকলি বাগিচাৰ কৃষ্ণাই বোলা ডেকাই যে ৰঙামাটিৰ ঘাটতে তাইক দেখা দিয়াৰ কথা … Read more

Dug Dug Dug Dug Dambaru Lyrics | ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু | Bhupen Hazarika

Song: Dug Dug Dug Dug Dambaru (ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু) Singer: Bhupen Hazarika Dug Dug Dug Dug Dambaru Lyrics Dug Dug Dug Dug Dambaru Lyrics:—- কথা : এʼ বিজুলি নাচে, চিক্‌মিক্‌ চিক্‌মিক্‌ অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্। গীত : ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু মেঘে বজায় ডম্বৰু চিক্‌মিক্‌ বিজুলী নাচে হেʼ চিক্‌মিক্‌ বিজুলী এ’ … Read more

Rong Kiniba Lyrics | ৰং কিনিবা | Bhupen Hazarika

Song: Rong Kiniba ( ৰং কিনিবা) Singer: Bhupen Hazarika Rong Kiniba Lyrics Rong Kiniba Lyrics:— ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে ? মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে| বাও ধানৰ সোণ পথাৰত হালধীয়া চৰাই আৰু হালধীয়া সৰিয়হৰ ফুলৰ পাপৰিয়ে হালধীয়া ৰহণ মোক বেচে ঘনে ঘনে | হে ৰং কিনিবা কোনে সেউজীয়া থোৰ মেলা ধাননিতে বৰ আকাশৰ … Read more

Kisudin Agote Lyrics | কিছু দিন আগতে | Bhupen Hazarika

Song: Kisudin Agote (কিছু দিন আগতে) Singer: Bhupen Hazarika Kisudin Agote Lyrics Kisudin Agote Lyrics:—- কিছু দিন আগতে পুৱতি নিশাতে সপোন এটি দেখিছিলো ৰাজপথে ৰাজপথে বিজুলী খুঁটিত ওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ? কʼলে : ইহঁত চোৰাংবজাৰী, ঘটিছিল বহু কʼলা ধন, হৈ ৰাইজৰ মৰণৰ বেপাৰী। হঠাৎ ভাগি গʼল সপোন মোৰ বিজুলীখুঁটিত দেখোঁ নাই মৃতদেহ। … Read more

Oi Nilaj Pahar Lyrics | ঐ নিলাজ পাহাৰ | Bhupen Hazarika

Song: Oi Nilaj Pahar (ঐ নিলাজ পাহাৰ) Singer: Bhupen Hazarika Oi Nilaj Pahar Lyrics Oi Nilaj Pahar Lyrics:—- হাঃ হাঃ হাঃ হাঃ ….. থুই, হাঁহিবলৈ আহিছ ! ঐ নিলাজ পাহাৰ ! ঐ শুকান পাহাৰ ! মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্‌ লাজতেহে মৰ্ বিচাৰিলি কি ? পালি তই কি ? সপোন দেখিছিলি !.. ঝিৰ ঝিৰ ঝিৰকৈ নিজৰা ব’ব … Read more

Dhumuha Nahibi Lyrics | ধুমুহা নাহিবি | Bhupen Hazarika

Song: Dhumuha Nahibi (ধুমুহা নাহিবি) Singer: Bhupen Hazarika Dhumuha Nahibi Lyrics Dhumuha Nahibi Lyrics:— ধুমুহা নাহিবি, পচোৱা নাহিবি নুনুমাবি ইগছি চাকি এই চাকি নুমালে, এই শিহা শুকালে মহাদেশ ধৰিব এন্ধাৰে ঢাকি ইগছি চাকিৰ শিখাই পোহৰাই ৰওক জনজীৱনৰ এন্ধাৰ নিশা ইগছি চাকিৰ শিখা, ভাৰতে জ্বলোৱা গণতন্ত্ৰৰে চাকি গণতন্ত্ৰৰে চাকি।।

Autorickshaw Lyrics | অট’ৰিক্সা | Bhupen Hazarika

Song: Autorickshaw (অট’ৰিক্সা) Singer: Bhupen Hazarika Autorickshaw Lyrics Autorickshaw Lyrics:— ভায়েক : অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ ককায়েক : বি‍-ই ফেইল ম‍ই সৰু ভাই এম এ পাছ দুয়ো : বেংকত বহুতো ধাৰ বেংকত বহুতো ধাৰ! ককায়েক : ভাইটিৰ নামত আছে পাৰ্মিট চলাওঁ ম‍ইও একোবাৰ। দুয়ো : শিক্ষিত বেকাৰৰ ম‍ই সৰু ভাব কমপ্লেক্স নাই আমাৰ।। … Read more

Rong Rong Nana Rong Lyrics | ৰং ৰং নানা ৰং | Bhupen Hazarika

Song: Rong Rong Nana Rong (ৰং ৰং নানা ৰং) Singer: Bhupen Hazarika Rong Rong Nana Rong Lyrics Rong Rong Nana Rong Lyrics:— ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰং ৰং নানা ৰং…….. কিনিবলৈ যাওঁ ৰংবোৰ অভিমুখে আমি আগুৱাওঁ য’তে যি ৰং পাওঁ কোঁচত ভৰাওঁ সেই ৰং পৃথিৱীত আমি ছটিয়াওঁ। শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা গঙা চিলনীৰ … Read more

Riniki Riniki Lyrics | ৰিণিকি ৰিণিকি | Bhupen Hazarika

Song: Riniki Riniki (ৰিণিকি ৰিণিকি) Singer: Bhupen Hazarika Riniki Riniki Lyrics  Riniki Riniki Lyrics:—- ৰিণিকি ৰিণিকি শুনিছোঁ দূৰণিত প্ৰভাতী পখীয়ে গীত গায়, প্ৰভাতী পখীয়ে কিয় গায়? মৌন নিশা দেখোঁ, চৌপাশে আছে; সূৰুযৰ দেখা দেখি নাই। প্ৰভাতী পখীয়ে গীত গায় প্ৰভাতী পখীয়ে কিয় গায়? অস্ত বেলিৰ সীমা পাৰ হৈ হৈ বাট বুলি অকলে অকলে খেদিছোঁ প্ৰভাত এন্ধাৰে এন্ধাৰে, … Read more

Akakh Xaboti Lyrics | আকাশ সাবটি | Bhupen Hazarika

Song: Akakh Xaboti (আকাশ সাবটি) Singer: Bhupen Hazarika Akakh Xaboti Lyrics Akakh Xaboti Lyrics:— আকাশ সাবটি নামিলোঁ সাগৰত বুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি। শব্দৰ বৰষুণে ধৰিলে সাবটি কণ্ঠত সুৰৰ অনন্ত সুহুৰি।। অন্তহীন তৃষাৰে ঘূৰিলোঁ ফুৰিলোঁ খুলি দিলোঁ মোৰ জীৱন সঁফুৰা। নাজানো কিমান কান্দিলোঁ হাঁহিলোঁ সকলো এতিয়া স্মৃতিৰ নিজৰা।। প্ৰেমৰ বন্যাৰেই মই ধুৱালোঁ তোমাক হেʼ মোৰ মৰমৰ বিশ্লেষণ দাতা। আবেলিৰ … Read more