Akakhi Janere Lyrics | Bhupen Hazarika

Song: Akakhi Janere (আকাশী যানেৰে) Singer: Bhupen Hazarika  Akakhi Janere Lyrics Akakhi Janere Lyrics:– আকাশী যানেৰে উৰণীয়া মনেৰে দোকমোকালিতে পশ্চিমৰে পৰা, বঙ্গৰে পৰা মাৰিলো উ…ৰা…..। মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ আকাশী যানেৰে ৷ মই লাহে লাহে ধৰিত্রী এৰিলোঁ মই উৰি উৰি মেঘতে সাঁতুৰিলোঁ মোৰ মন বগ আজি দেখোঁ বিমান হ’ল মোৰ বিমানখনি দেখোঁ কল্পনা হ’ল কাৰ মিঠা মাতে … Read more

Ei Prithibi Ek Lyrics | Bhupen Hazarika

Song: Ei Prithibi Ek (এই পৃথিৱী এক) Singer: Bhupen Hazarika Ei Prithibi Ek Lyrics Ei Prithibi Ek Lyrics:– এই পৃথিৱী এক ক্ৰীড়াঙ্গন ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়াঙ্গন যৌৱন যʼত আজি জ্যোৰ্তিম্ময় অসুস্থ এলাহক এফলীয়া কৰি (যʼত) জীৱনৰ গতি হয় কৰ্মময়, কৰ্ম্মময়। বিচ্চিন্নতাৰ নীতি নালাগে কাম্য সমন্বয় ক্ৰীড়াবিদে নেজানে একতা বিনে একতাৰ ধিয়ানতে তন্ময়। … Read more

Anamika Bidai Lyrics | Bhupen Hazarika

Song: Anamika Bidai (অনামিকা বিদায়) Singer: Bhupen Hazarika Anamika Bidai Lyrics Anamika Bidai Lyrics:– অনামিকা বিদায়, তোমাক জনাওঁ বিদায়, মিঠা সপোনৰ বিলাস ঘৰ, তোমাক লৈয়েই গঢ়াৰ সময় যে নাই, অনামিকা বিদায়, তোমাক জনাওঁ বিদায় | আহত আকাশ ক’তো নাই সুখ, হতাশাত ভাগি পৰা মানুহৰ মুখ; মনৰ চেতাৰ কোনো শুনোতা যে নাই মনৰ চেতাৰ কোনো শুনোতা যে নাই … Read more

Kio Ei Hongjom Asoron Lyrics | Bhupen Hazarika

Song: Kio Ei Hongjom Asoron (কিয় এই সংযমহীন আচৰণ) Singer: Bhupen Hazarika Kio Ei Hongjom Asoron Lyrics Kio Ei Hongjom Asoron Lyrics:– কথা : জানকী, গাভৰু : ওঁ ডেকা : কিয় এই সংযমহীন আচৰণ? গাভৰু : কিয়? গীত : গাভৰু : এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ আঁৰতে নিয়ম ভাঙি কিয় দুয়ো দুয়োতে মগন? কথা : … Read more

Pasolir Bagisa Horu Bagisa Lyrics | Bhupen Hazarika

Song: Pasolir Bagisa Horu Bagisa (পাচলিৰ বাগিচা সৰু বাগিচা) Singer: Bhupen Hazarika Pasolir Bagisa Horu Bagisa Lyrics Pasolir Bagisa Horu Bagisa Lyrics:— পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা ? তাত মই ৰুইছোঁ পাচলি ইমান সৰিয়হ ফুলবোৰ ফুলিছে কিমান ! সৰু সৰু কোৰেৰে নিজে কোৰ মাৰোঁ সৰু সৰু খন্তিৰে নিজে চহ কৰোঁ | আবেলি পাচলিত … Read more

O Bandh O Xiparor Bandh Lyrics | Bhupen Hazarika

Song: O Bandh O Xiparor Bandh (অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ) Singer: Bhupen Hazarika O Bandh O Xiparor Bandh Lyrics O Bandh O Xiparor Bandh Lyrics:– নাৱৰীয়া ১মঃ- অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ, শুনা এন্ধাৰ ইটো পাৰ কাল ধুমুহাই ঢাকে আকাশ কৰাচোন সিপাৰ (মোক) কৰাচোন সিপাৰ। নাৱৰীয়া ২য়ঃ- মেঘ বৰষুণ নেউচি মই তোমাক কৰিম পাৰ; পিছে, সিপাৰ … Read more

Dilit Bharotor Akhar Pratik Lyrics | Bhupen Hazarika

Song: Dilit Bharotor Akhar Pratik (দিলিত ভাৰতৰ আশাৰ প্ৰতীক) Singer: Bhupen Hazarika Dilit Bharotor Akhar Pratik Lyrics Dilit Bharotor Akhar Pratik Lyrics:— দিলিত ভাৰতৰ আশাৰ প্ৰতীক জয় মহাত্মা গান্ধী মোহন ৰূপেৰে জগত মুহিলাঁ প্ৰেমৰ ডোলেৰে বান্ধি। সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁ বিশ্ব প্ৰেমেৰেই মথি মানৱতাৰ জ্যোতি মহান প্ৰচাৰি অমৃত বাণী। অৰ্ধাহাৰী কৃষক ৰূপেৰে কিঞ্চিৎ বস্ত্ৰধাৰী শান্ত সৌম্য ক্ষীণ দধীচি … Read more

O Mur Bhoiyai Lyrics | Bhupen Hazarika

Song: O Mur Bhoiyai (অʼ মোৰ ভৈয়াই) Singer: Bhupen Hazarika O Mur Bhoiyai Lyrics O Mur Bhoiyai Lyrics:— অʼ মোৰ ভৈয়াই, অʼ মোৰ ভনীটি পুৰণি অসমৰ আকাশখনিত গৌৰৱৰ পোহৰ ঐ ৰমকে-জমকে সোণালী সৰু-বৰ তৰা জিলিকে লাৱনি মিচিকি হাঁহিটি চমকে হায় হায় হায় হায় আজি নাই। সিখন আকাশত কলীয়া ডাৱৰে চাৰিওফালকে আৱৰি ধৰিলে পোহৰ জিলিকনি নোহোৱা কৰিলে হায় … Read more

Kaknu Xuwori Lyrics | Bhupen Hazarika

Song: Kaknu Xuwori (কাকনো সুঁৱৰি) Singer: Bhupen Hazarika Kaknu Xuwori Lyrics Kaknu Xuwori Lyrics:– কাকনো সুঁৱৰি কিনো বিচাৰি খাৱ তই হাবাথুৰি। ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ় বুকু উঠে গুমৰি গুমৰি।। কাৰ অভিশাপে কি অনুতাপে মন উঠে শোকেৰে ভৰি কাক নিচিনিলি কাক দলিয়ালি কোন কেনি যে গʼলগৈ আঁতৰি? কোন ধুমুহাই, কি উৰুৱাই কিবা তোৰ নিলে কাঢ়ি? নোপোৱাটো পালি, … Read more

Bhupen Mamar Gite Mate Lyrics | Bhupen Hazarika

Song: Bhupen Mamar Gite Mate Singer: Bhupen Hazarika Bhupen Mamar Gite Mate Lyrics Bhupen Mamar Gite Mate Lyrics:– অ হʼল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ। আ-ই বোলে আহ্‌ আহ্‌ মটৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ নলবাৰী হ্ৰস্ব-ইয়ে ভাল পায় ইলীহি মাছ বিলাহী টেঙা খাই ঘূৰি ঘূৰি নাচ। দীৰ্ঘ-ঈ-ৰ দেখোন টিকনি দীঘল ডাঙৰ নেদেখা ঈশ্বৰৰ … Read more