Sui Diyana Muk Ahi Ebar Lyrics | Deeplina Deka️

Song: Sui Diyana Music/Lyrics- Palash S Gogoi Singer: Deeplina Deka️ Rupam Sarma Manoj Baruah Mix&Mastered- Pinku Das Smule Tabla Mix- Bikash Bharali Sui Diyana Muk Ahi Ebar Lyrics Sui Diyana Muk Ahi Ebar Lyrics:– চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভুপালি ৰাগ হৈ সৰিব….. চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা না মোক কাষৰে পৰা কলিজা শীতল পৰিব….. বাৰে বাৰেনো লাগি ধৰিছে ওঠতে তোমাৰে তোমাৰে নাম ৰ’দে হাঁহিছে ৰ’দালি নামিছে মৰমতে তাতে কি অভিমান জুৰকে বৈ আহে পূবালি বতাহ লৈ যাব মোক তোমাৰে কাষলে মোৰেনো সাধনা চুই দিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব…. জাগি জাগিনো ৰৈয়ে থাকিমে তুমি নহ’লে নহয় যেন পুৱা … Read more

Dorika Dorika Joubonor Lyrics | Subasana Dutta

Song: Dorika Dorika Joubonor Singer: Subasana Dutta Lyrics/Tune: Ramen Danah Additional Folk Lyrics: Punam Nath Music: Pinkal Pratyush Mixed & Mastered by Diganta Bordoloi Dorika Dorika Joubonor Lyrics Dorika Dorika Joubonor Lyrics:– দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে দৰিকা দৰিকা জৌৱনৰ বৈচে নদিৰ বুকুৰে আওলি বাওলি বিৰিনা হৈ নাচে মন উলাহে চিতিকা চিতিকা প্ৰেমৰে চিতিকা পাতিলি পিচলি পিচলি তাতে গৈ পৰিলো পিচলি হেই চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি চকুয়ে চকুৱে নাচাবি বুকুতে মাৰে গাজনি জুমি চাবিনে হিয়াখন যেন বাঢ়নি নদীখন তাতে মৰমৰ জিয়া জিয়া ধল বাওলি বতাহে মোৰে মন বিছাৰিচে তোৰে মৰম টকালি পাৰি উঠিছে জৌৱন চিতিকা চিতিকা প্ৰেমৰে … Read more

Suma Diyana Lyrics | Neel Akash

Song: Suma Diyana Singer – Neel Akash Music – Ujjwal Aarong Mix & mastered – Ibson Lal Barua Suma Diyana Lyrics Suma Diyana Lyrics:– চুমা, চুমা, কপাহি কোমল হিয়া কপাহি কোমল হিয়া আজি যেন উৰনীয়া বিচাৰি মৰমৰে এ বুকু ৰঙা নীলা  ওঠৰে পৰশ অকন চুই চাই লবলে চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে হা….. আলসুৱা সপোনৰ বাৰে বাৰে পাখি মেলা আবেগে আকলুৱা হিয়াকে মনে মনে কিয় আহি জগালে বুজানে কি কোৱানা এই মনকে সজালোঁ ঘৰ চোৱানা  মোৰ বুকুতে কাষৰলে আহি ৰোৱানা এবাৰলে… হেই হেই… হা… হা… চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা চুমা চুমা…. চুমা দিয়ানা

Tumi Jiliki Jiliki Thoka Lyrics | Tarun Tanmoy | Jinyidas

Song: Jiliki Jjiliki Singer: Tarun Tanmoy , Jinyidas Music: Kukil Singha Compose: Tarun Tanmoy Tumi Jiliki Jiliki Thoka Lyrics Tumi Jiliki Jiliki Thoka Lyrics:— তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি মোৰ বুকুতে ৰ’লাহি  তুমি মোক মৰম দিলাহি তুমি মোৰ বুকুতে ৰ’লাহি বহু মৰম মোক যাচিলাহি তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা মৰম বাঢ়ে জৌৱন বেলাত বুকুতে…. উথলি মৰমেনো কি জানে প্ৰনয়ৰে …. নিয়তি মৰম বাঢ়ে ঘনে ঘনে বাগৰে…. নিগৰি মৰমনো কি বিচাৰে  কোনে দিব বুজনি তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা হৃদয়ৰে দুৱাৰ খুলি ৰাখিছো মই নিৰলে … Read more

Dikhow Noi Eribo Nuwaru Lyrics | Simanta Shekhar | Subasona Dutta | Manas Robin

Song: DIKHOW NOI EARIBO NUWARU Singer: Simanta Shekhar and Subasona Dutta Lyrics: Manas Robin Music: Manas Robin Dikhow Noi Eribo Nuwaru Lyrics Dikhow Noi Eribo Nuwaru Lyrics:– দিখৌ নৈ এৰিব নোৱাৰোঁ জাঁজী নৈ এৰিব নোৱাৰোঁ দিখৌ নৈ এৰিব নোৱাৰোঁ জাঁজী নৈ এৰিব নোৱাৰোঁ মৰমক এৰিব নোৱাৰোঁ মৰিবও নোৱাৰোঁ নোৱাৰোঁ দিখৌ নৈ এৰিব নোৱাৰোঁ জাঁজী নৈ … Read more

Beli Porile Lyrics | Angaraag Mahanta (Papon)

Song : Beli Porile Singer : Papon Album : Dhulir Akakh Beli Porile Lyrics Beli Porile Lyrics:– বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া পাহাৰিৰ জুৰিটি আহিছে নামি কাষতে কহুৱা বনে… বাট দি যায় মন জুৰায়… সাতো ৰঙে ৰঙ আকাশত বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া…… বাহ লগা ধাননি হালে-জালে কাচি জোনৰ…. পোহৰতে… ভাল লাগে মেঘৰে ফুল… মোহনীয়া এই ছবি বেলি পৰিলে বৰনীয়া পোহৰত আকলোৱা মন তুলিকাৰে আঁকিলোঁ এখনি ছবি জুৰনীয়া……

O Nabou O Lyrics | Zubeen Garg

Song Title – O Nabou Original Singer – Zubeen Garg Music Re-Arrangement by – Mousam Bora Album – Hiyamon O Nabou O Lyrics  O Nabou O Lyrics:– অ’ নবৌ অ’ মোলৈ এজনী ছোৱালী চালি নে নাই কঁকাল খামুচীয়া লিহিৰিপতীয়া বগীকৈ ধুনীয়া চাই অ নবৌ মোলৈ বাৰু তই এজনী ছোৱালী চালি নে নাই । পঢ়িলো শুনিলো … Read more

O Seng Ki Morom Logali Ko Lyrics | Mon Moina | Kussum Kailash

Song: O Seng Ki Morom Logali Ko (Mon Moina)  Singer: Kussum Kailash O Seng Ki Morom Logali Ko Lyrics O Seng Ki Morom Logali Ko Lyrics:– অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অ চেং তোৰে  প্ৰেম সাগৰত ক’ অ চেং জাপে মই দিলং ক’ তই মন মইনা ঐ এৰি থৈ নাজাবি ঐ তই জান মইনা ঐ ভাবি চাবি মোলে ঐ কেতিয়াকৈ পামে তোৰ মৰমৰ এশাৰি মাত অ চেং কি মৰম লগালি ক’ অ চেং পগলা কৰিলি ক’ অভিমানী হৈ মোৰ জান জনী ঐ নকবি দেই  নকবি দেই এৰি যাম গৈ মৰম নদীত ঐ মোৰ জান জনী ঐ সাতুৰি-নাদুৰি আছো তোৰে সতে ঐ … Read more

Rang Diya Morom Lyrics | Zubeen Garg | Shreya Ghoshal

Song – Rong Diya Morom  Artist – Zubeen Garg, Shreya Ghoshal  Film – Ramdhenu  Rang Diya Morom Lyrics  Rang Diya Morom Lyrics :– ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে … Read more

Ejak Borokhune Muk Lyrics | Zubeen Garg

Title: Jantra Album: Jantra Artist: Zubeen Garg Music: Zubeen Garg Year: 2004 Ejak Borokhune Muk Lyrics Ejak Borokhune Muk Lyrics:– এজাক বৰষুণে মোক ধুই থৈ গ’ল এজাক সুবাসে মোক চুই থৈ গ’ল কোমল কোমল তোমাৰ ওঠৰ পৰসে চজল চজল তোমাৰ চকুৰ মৰমে পাগল পাগল পাগল পাগল কৰি গ’ল এতিয়া ক’লৈ যাওঁ তোমাকে ক’তেনো পাওঁ শুকান শুকান শুকান শুকান মাটিলে নিজান নিজান নিজান নিজান পথতে অভিনব তোমাৰ অনুভৱ নিলিম নিলিম নিলিম নিলিম আশাতে অসীম অসীম অসীম অসীম সপোনতে সপোন যেন দিঠক অচিন অচিন অচিন অচিন তোমাৰ মিথা কথাতে সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে ক্লান্তিও যেন সুলভ থুনুক থুনুক তোমাৰ ওঠৰ শব্দে  ৰুনুক জুনক নুপুৰ বজাই হিয়াতে দিয়া কি গীত সুৰৰ এজাক বৰষুণে মোক ধুই থৈ গ’ল এজাক সুবাসে মোক চুই থৈ গ’ল পুৱাল পুৱাল পুৱাল পুৱাল হিয়াকে  চুব দিয়া চুব দিয়া মোকে অন্ধ মই প্ৰেমতে উগুল থুগুল উগুল থুগুল ভাষাতে কৰুণ কৰুণ কৰুণ কৰুণ আশাতে  … Read more