Assamese Lyrics
Tumi Jiliki Jiliki Thoka Lyrics | Tarun Tanmoy | Jinyidas
Song: Jiliki Jjiliki
Singer: Tarun Tanmoy , Jinyidas
Music: Kukil Singha
Compose: Tarun Tanmoy
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি মোৰ বুকুতে ৰ’লাহি
তুমি মোক মৰম দিলাহি
তুমি মোৰ বুকুতে ৰ’লাহি
বহু মৰম মোক যাচিলাহি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
মৰম বাঢ়ে জৌৱন বেলাত
বুকুতে…. উথলি
মৰমেনো কি জানে
প্ৰনয়ৰে …. নিয়তি
মৰম বাঢ়ে ঘনে ঘনে
বাগৰে…. নিগৰি
মৰমনো কি বিচাৰে
কোনে দিব বুজনি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
হৃদয়ৰে দুৱাৰ খুলি
ৰাখিছো মই নিৰলে
সময়ৰে সুতত আহি
সোমালাহি বুকুতে
অ…. নেদেখাকৈ সপোনতে
দেখিলোঁ মই তোমাকে
কিনো জাগিল বহু মৰম
হঠাতে তোমালে…
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
তুমি মোৰ বুকুতে ৰ’লাহি
তুমি মোক মৰম দিলাহি
তুমি মোৰ বুকুতে ৰ’লাহি
বহু মৰম মোক যাচিলাহি
তুমি জিলিকি জিলিকি থকা
সৌ দূৰ আকাশৰ তৰা
তুমি এখনি ধুনীয়া ছবি
মই গোপনে গোপনে অঁকা
