Axom Dekhor Bagisare Lyrics | অসম দেশৰ বাগিচাৰে | Bhupen Hazarika
Song: Axom Dekhor Bagisare (অসম দেশৰ বাগিচাৰে) Singer: Bhupen Hazarika Axom Dekhor Bagisare Lyrics Axom Dekhor Bagisare Lyrics:—- অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি; হেʼ লছমী নহয় মোৰে নাম – চামেলি ।। শিৰীষ তলে ধৰ্বি পাহি, পাতা লম্বা পাবি বʼলি; নাকে পিন্ধি নাকফুলি, জোৱান ভুলালি হেʼ চম্পা নহয় মোৰে নাম চামেলি।। বাৰ মাসেৰ বাৰ ফুল … Read more