Kisudin Agote Lyrics | কিছু দিন আগতে | Bhupen Hazarika

Song: Kisudin Agote (কিছু দিন আগতে) Singer: Bhupen Hazarika Kisudin Agote Lyrics Kisudin Agote Lyrics:—- কিছু দিন আগতে পুৱতি নিশাতে সপোন এটি দেখিছিলো ৰাজপথে ৰাজপথে বিজুলী খুঁটিত ওলমা মৃতদেহ দেখিছিলো । সুধিলো: এয়া কাৰ মৃতদেহ ? কʼলে : ইহঁত চোৰাংবজাৰী, ঘটিছিল বহু কʼলা ধন, হৈ ৰাইজৰ মৰণৰ বেপাৰী। হঠাৎ ভাগি গʼল সপোন মোৰ বিজুলীখুঁটিত দেখোঁ নাই মৃতদেহ। … Read more

Oi Nilaj Pahar Lyrics | ঐ নিলাজ পাহাৰ | Bhupen Hazarika

Song: Oi Nilaj Pahar (ঐ নিলাজ পাহাৰ) Singer: Bhupen Hazarika Oi Nilaj Pahar Lyrics Oi Nilaj Pahar Lyrics:—- হাঃ হাঃ হাঃ হাঃ ….. থুই, হাঁহিবলৈ আহিছ ! ঐ নিলাজ পাহাৰ ! ঐ শুকান পাহাৰ ! মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্‌ লাজতেহে মৰ্ বিচাৰিলি কি ? পালি তই কি ? সপোন দেখিছিলি !.. ঝিৰ ঝিৰ ঝিৰকৈ নিজৰা ব’ব … Read more

Dhumuha Nahibi Lyrics | ধুমুহা নাহিবি | Bhupen Hazarika

Song: Dhumuha Nahibi (ধুমুহা নাহিবি) Singer: Bhupen Hazarika Dhumuha Nahibi Lyrics Dhumuha Nahibi Lyrics:— ধুমুহা নাহিবি, পচোৱা নাহিবি নুনুমাবি ইগছি চাকি এই চাকি নুমালে, এই শিহা শুকালে মহাদেশ ধৰিব এন্ধাৰে ঢাকি ইগছি চাকিৰ শিখাই পোহৰাই ৰওক জনজীৱনৰ এন্ধাৰ নিশা ইগছি চাকিৰ শিখা, ভাৰতে জ্বলোৱা গণতন্ত্ৰৰে চাকি গণতন্ত্ৰৰে চাকি।।

Autorickshaw Lyrics | অট’ৰিক্সা | Bhupen Hazarika

Song: Autorickshaw (অট’ৰিক্সা) Singer: Bhupen Hazarika Autorickshaw Lyrics Autorickshaw Lyrics:— ভায়েক : অট’ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ ককায়েক : বি‍-ই ফেইল ম‍ই সৰু ভাই এম এ পাছ দুয়ো : বেংকত বহুতো ধাৰ বেংকত বহুতো ধাৰ! ককায়েক : ভাইটিৰ নামত আছে পাৰ্মিট চলাওঁ ম‍ইও একোবাৰ। দুয়ো : শিক্ষিত বেকাৰৰ ম‍ই সৰু ভাব কমপ্লেক্স নাই আমাৰ।। … Read more

Rong Rong Nana Rong Lyrics | ৰং ৰং নানা ৰং | Bhupen Hazarika

Song: Rong Rong Nana Rong (ৰং ৰং নানা ৰং) Singer: Bhupen Hazarika Rong Rong Nana Rong Lyrics Rong Rong Nana Rong Lyrics:— ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰং ৰং নানা ৰং…….. কিনিবলৈ যাওঁ ৰংবোৰ অভিমুখে আমি আগুৱাওঁ য’তে যি ৰং পাওঁ কোঁচত ভৰাওঁ সেই ৰং পৃথিৱীত আমি ছটিয়াওঁ। শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা গঙা চিলনীৰ … Read more

Riniki Riniki Lyrics | ৰিণিকি ৰিণিকি | Bhupen Hazarika

Song: Riniki Riniki (ৰিণিকি ৰিণিকি) Singer: Bhupen Hazarika Riniki Riniki Lyrics  Riniki Riniki Lyrics:—- ৰিণিকি ৰিণিকি শুনিছোঁ দূৰণিত প্ৰভাতী পখীয়ে গীত গায়, প্ৰভাতী পখীয়ে কিয় গায়? মৌন নিশা দেখোঁ, চৌপাশে আছে; সূৰুযৰ দেখা দেখি নাই। প্ৰভাতী পখীয়ে গীত গায় প্ৰভাতী পখীয়ে কিয় গায়? অস্ত বেলিৰ সীমা পাৰ হৈ হৈ বাট বুলি অকলে অকলে খেদিছোঁ প্ৰভাত এন্ধাৰে এন্ধাৰে, … Read more

Akakh Xaboti Lyrics | আকাশ সাবটি | Bhupen Hazarika

Song: Akakh Xaboti (আকাশ সাবটি) Singer: Bhupen Hazarika Akakh Xaboti Lyrics Akakh Xaboti Lyrics:— আকাশ সাবটি নামিলোঁ সাগৰত বুকুত কঢ়িয়ালোঁ আগ্নেয়গিৰি। শব্দৰ বৰষুণে ধৰিলে সাবটি কণ্ঠত সুৰৰ অনন্ত সুহুৰি।। অন্তহীন তৃষাৰে ঘূৰিলোঁ ফুৰিলোঁ খুলি দিলোঁ মোৰ জীৱন সঁফুৰা। নাজানো কিমান কান্দিলোঁ হাঁহিলোঁ সকলো এতিয়া স্মৃতিৰ নিজৰা।। প্ৰেমৰ বন্যাৰেই মই ধুৱালোঁ তোমাক হেʼ মোৰ মৰমৰ বিশ্লেষণ দাতা। আবেলিৰ … Read more

Mur Kobitar Chanda Lagi Lyrics | মোৰ কবিতাৰ ছ্ন্দ লাগি | Bhupen Hazarika

Song: Mur Kobitar Chanda Lagi (মোৰ কবিতাৰ ছ্ন্দ লাগি) Singer: Bhupen Hazarika Mur Kobitar Chanda Lagi Lyrics:— মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে তোৰ সোনৰ সপোন ভাগেনে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে সেই উলাহত হৰষ লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিকৰ গন্ধ লাগি সোনৰ সপোন ভাগেনে ভাগেনে ভাগেনে তোৰ সোনৰ সপোন ভাগেনে মোৰ কবিতাৰ ছ্ন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাঁহী মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাঁহী মোৰ সেই সুৰতেই শাঁত কৰি লৈ পৰিবনে হিয়া জুৰ সেই সুৰতেই শাঁত কৰি লৈ পৰিবনে হিয়া জুৰ ছেৱে ছেৱে ফুলে ফুলে গোন্ধতে আমোলমোল ছেৱে ছেৱে ফুলে ফুলে গোন্ধতে আমোলমোল সেই ছেৱতে পুলক জগাই … Read more

O Kuliti Lyrics | অ’ কুলিটি | Bhupen Hazarika

Song: O Kuliti (অ’ কুলিটি) Singer: Bhupen Hazarika O Kuliti Lyrics:— অ’ কুলিটি কি গাইছাঁ পিয়া পিয়া পিয়া নহয় হিয়া দিয়া নিয়া কৌটিকালৰ বনানি অপাৰ নিজৰাৰ কঁপনি হেজাৰ আই ঐ, তুমি মোৰ নে কাৰোবাৰ কথা দিলোঁ, সদায় তোমাৰ এই আশাতে, আনন্দতে কিবা হয় ভুল মদাৰ গছত যেন, এজাৰৰে ফুল আগুৱাওঁ অহোৰাত্রি অনন্ত সুৰৰে যাত্রী নাহে যেন দুখ-ৰাত্রি হওঁক নিতে ন-সৃষ্টি তুমি গাই যোৱা গীত মই লিখোঁ মিঠা কবিতা সেউজৰে সৰক সোণালী সবিতা

Aideur Bulonit Lyrics | আইদেউৰ বুলনিত | Jyoti Prasad Agarwala

Song: Aideur Bulonit (আইদেউৰ বুলনিত) Singer: Jyoti Prasad Agarwala Aideur Bulonit Lyrics:—- আইদেউৰ বুলনিত পোহৰৰ ধেমালি ন চানেকিয়ে জিকমিকায় জোনাকী বাটেদি চিত্রলেখীয়ে ন জীৱনৰে ফুলে ফুলায় আইদেউৰ যঁতৰত সুৰে গুন গুনালে আইদেউ মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্ৱলে মনে তৰা আইদেউৰ বুকু কঁপায়