Gumori Uthise Hiya Lyrics By Jyoti Prasad Agarwala

Song: Gumori Uthise Hiya (গুমৰি উঠিছে হিয়া) Singer: Jyoti Prasad Agarwala Gumori Uthise Hiya Lyrics Gumori Uthise Hiya Lyrics:— গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷ যৌৱনৰ প্ৰথম পুৱাত আজি ক’ত আছে প্ৰাণৰ আলহী কোনে কৈয়ে দিব কোনে জানে ৷৷

Gaane Jodi Mur Lyrics By Jyoti Prasad Agarwala

Song: Gaane Jodi Mur (গানে যদি মোৰ) Singer: Jyoti Prasad Agarwala Gaane Jodi Mur Lyrics Gaane Jodi Mur Lyrics:— গানে যদি মোৰ নলৰাই তোক আধামুদা চকুপাহি মিছাকৈয়ে তেনে মোৰ ফালে চাই নাথাকিবি হাঁহি হাঁহি ৷ মোৰ যদি গানে তোলৈ নানে নুফুলা কলিৰ ব্যথা মোৰ যদি গানে তোক মনে মনে নাই কোৱা একো কথা মোৰ সপোনৰ মোৰ গোপনৰ … Read more

Gaan Likhu Moi Lyrics By Jyoti Prasad Agarwala

Song: Gaan Likhu Moi (গান লিখোঁ মই) Singer: Jyoti Prasad Agarwala Gaan Likhu Moi Lyrics Gaan Likhu Moi Lyrics:— গান লিখোঁ মই প্ৰাণ জগাবলৈ প্ৰাণ ঢালোঁ মই কণ্ঠে কণ্ঠে গান জগাবলৈ ৷ সেই কোটি কণ্ঠৰ গানে যদি পৃথিৱীৰ নতুন জীৱন আনে সেই জীৱনৰ নুপূৰা আশাৰে গান লিখি যাম বাৰে বাৰে অগ্নি ভাষাৰে মোৰ শেষৰ অগ্নিবাণে আৰু নতুনৰ … Read more

Andhar Nohole Lyrics By Jyoti Prasad Agarwala

Song: Andhar Nohole (আন্ধাৰ নহলে) Singer: Jyoti Prasad Agarwala Andhar Nohole Lyrics Andhar Nohole Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি বেজাৰ কৰি মোৰ কবিতাক কয় পোহৰ বুলি তই … Read more

Anondo Anondo Buli Lyrics By Jyoti Prasad Agarwala

Song: Anondo Anondo Buli (আনন্দ আনন্দ বুলি) Singer: Jyoti Prasad Agarwala Anondo Anondo Buli Lyrics Anondo Anondo Buli Lyrics:— আনন্দ আনন্দ বুলি জগত ভ্ৰমিলোঁ সখা আনন্দক নাপালোঁ যে দেখা আপোন সৰতে বহি মনতে বিচাৰি পালোঁ তেতিয়াহে দেখিলোঁ, অভিনয় ৰেখা আলোকে আন্ধাৰে আছে লেখা ৷৷

Ei Je Akhim Nila Robha Lyrics By Jyoti Prasad Agarwala

Song: Ei Je Akhim Nila Robha (এই যে অসীম নীলা ৰভা) Singer: Jyoti Prasad Agarwala Ei Je Akhim Nila Robha Lyrics Ei Je Akhim Nila Robha Lyrics:— এই যে অসীম নীলা ৰভা তৰি  এই যে অসীম নীলা ৰভা তৰি কোটি বেলিৰে জোন তৰাৰে থৈছ জোনাক কৰি তাত কত জ্যোতি জ্বলি উঠিছে কতবাৰ মৰি মৰি এই যে অসীম … Read more

Ei Xotikat Lyrics Jyoti Prasad Agarwala

Song: Ei Xotikat (এই শতিকাত) Singer: Jyoti Prasad Agarwala Ei Xotikat Lyrics Ei Xotikat Lyrics:— এই শতিকাত জ্বল জ্যোতিকা জন কল্যানৰ মহা স্বস্তিকা হৈ নৱ কিৰণৰ জ্বল জনিকা জনতাক দি জ্যোতি কণিকা যা সোনকালে দেশান্তৰলে’ বৈ মোৰ গোপনৰ মোৰ সপোনৰ জ্ঞান যত কথা জগতকে কৰি গৈ যত চিনাকি অচিনাকিৰ, পদূলি মূৰত তই নুশুধিলেও, নামাতিলেও হাঁহি থাকিবি বই … Read more

Ami Koribo Lagibo Lyrics By Jyoti Prasad Agarwala

Song: Jyoti Prasad Agarwala (আমি কৰিব লাগিব) Singer: Jyoti Prasad Agarwala Ami Koribo Lagibo Lyrics:— আমি কৰিব লাগিব পৃথিৱী আলোকময়…. জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্ম্মৰ নানা আদৰ্শৰ         নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয়, মহামহত্বৰ বিৰোধী আসুৰী সকলো শত্ৰু কৰিব লাগিব জয় ৷ এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়, কৰিব লাগিব গোটেই জগত অমৃত, আনন্দময় ৷ … Read more

Ami Gaotot Xorog Patim Lyrics By Jyoti Prasad Agarwala

Song: Ami Gaotot Xorog Patim (আমি গাঁৱত সৰগ পাতিম) Singer: Jyoti Prasad Agarwala Ami Gaotot Xorog Patim Lyrics Ami Gaotot Xorog Patim Lyrics:— আমি গাঁৱত সৰগ পাতিম আমাৰ গাঁৱৰ নামঘৰলৈ পৃথিৱীক মাতিম আমি গাঁৱত সৰগ পাতিম ৷ গাঁৱৰ মাটিত সোণৰ সপোন ফুলিম গাঁৱৰ ঘৰত গাঁৱৰ মনত ন চানেকি তুলিম বোকাত ফুলা পদুম পাহি গোন্ধত আমোল মোল সেউজী … Read more

Andhar Nohole Ratir Xopun Lyrics By Jyoti Prasad Agarwala

Song: Andhar Nohole Ratir Xopun (আন্ধাৰ নহলে ৰাতিৰ সপোন) Singer: Jyoti Prasad Agarwala  Andhar Nohole Ratir Xopun Lyrics  Andhar Nohole Ratir Xopun Lyrics:— আন্ধাৰ নহলে ৰাতিৰ সপোন জানো দেখিবি? ক’লাশিখা জ্বলাই নিশা নাহে যদি আকাশলৈ, জিকমিকিয়া জোন তৰা কেনেকে’ লেখিবি? আন্ধাৰে যদি চুমা নাখায় শেৱালি নুফুলে পুৱা বেলিৰ প্ৰথম চুমাত দুবৰি কোলাত নিয়ৰ নজ্বলে ৷ আন্ধাৰ আহি … Read more