Modarore Phul Henu Lyrics (মদাৰৰে ফুল হেনো)

Song: Modarore Phul Henu Singer: Bhupen Hazarika Modarore Phul Henu Lyrics   মদাৰৰে ফুল হেনো পূজাতো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে ব’হাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে….     মদাৰ … Read more