Xarodi Kumol Lyrics শাৰদী কোমল by Munmi Borah, visit AssameseLyrical.com for more Assamese lyrics
Song: Xarodi Kumol (শাৰদী কোমল)
Singer: Munmi Borah
![]() |
Xarodi Kumol Lyrics |
Xarodi Kumol Lyrics:---
শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
এই বতাহ জাকে
শেৱালি ফুলৰ সুবাস আনে
এই নিয়ৰ বোৰে
চিনাকী মনৰ বাতৰি আনে
সৌ তৰালিও উজলিল
জোনাকিও জিলমিল
তুমি কিয় অহা নাই
সৌ তৰালিও উজলিল
জোনাকিও জিলমিল
তুমি কিয় অহা নাই
তোমাক পাবলে মন উতলা কৰে
শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
বন কহুৱা বন
নিৰৱ বনত অকলসৰে
যাৰ সপোন ছবি
জুৰিৰ নীলা পানীত ভাহে
সৌ সিদিনাৰ কথাবোৰ
মৰমৰ হাঁহিবোৰ
মনে মনে দেখা পায়
সৌ সিদিনাৰ কথাবোৰ
মৰমৰ হাঁহিবোৰ
মনে মনে দেখা পায়
তোমাক পাবলে মন উতলা কৰে
শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
মন উতলা কৰে
মন উতলা কৰে
COMMENTS