Assamese Song Aji Bule Rongali Bihu Lyrics by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Aji Bule Rongali Bihu (আজি বোলে ৰঙালী বিহু)
Singer: Bhupen Hazarika
![]() |
Aji Bule Rongali Bihu Lyrics |
Aji Bule Rongali Bihu Lyrics:---
কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।
গীতঃ লুইতত ভোটোঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু।
যেন লেতেকুৰে থোক
ধেমালি চাই যা ধেমালি চা।
সমাজৰ পথাৰত কোন খেলুৱৈয়ে
কাক বা সাজিছে ঢোপ
ৰাইজৰ এইগাল লোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা, ধেমালি চা।
এ' ইফালেদি লথিয়ায়-- ৰংমন-ভদীয়াক
সিফালেদি লথিয়ায় তোক
নাজিতৰা, ইফালেদি লথিয়ায় তোক
ৰঙালী বিহুটিক কঙালী কৰিলে
পোটৰো নুগুচে ভোক
নাজিতৰা, পেটৰো নুগুচে ভোক
এহ দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰহে ঢোক
এ' ৰাইজৰ এইগাল লোক
এ' দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই য়া, ধেমালি চা।
COMMENTS