Ma Ami Sadiyaloi Jamei Lyrics | Khagen Mahanta

Song: Ma Ami Sadiyaloi Jamei (মা আমি শদিয়ালৈ যামেই)

Singer: Khagen Mahanta

Ma Ami Sadiyaloi Jamei Lyrics
Ma Ami Sadiyaloi Jamei Lyrics

Ma Ami Sadiyaloi Jamei Lyrics:---


মা আমি শদিয়ালৈ যামেই

মা আমি সতফুল খামেই

বান্ধিম মা বান্ধিম আমি
কেঁচা পাতত লোণ

শদিয়া নো কি ৰিং এটাৰ বাট
সত ফুল বোৰ ফুলি থাকে তাত
যিহে হালে জালে নাচৰ তালে তালে
কেঁচা কোমল পাত
খান্দিম আমি খান্দিম মা
নৈৰ বালিত সোণ

শদিয়া নো কি আৰু উজাই যাম
গৈ গৈ গৈ চামপো নৈ পাম
মানস সৰোবৰত ৰাতিপুৱাৰ পৰত
এবাৰ গা ধুই চাম

হিমালয় বগাই তেতিয়া মা
থপিয়াই ধৰিম জোন
মা চাই থাকা চোন......

Post a Comment

Previous Post Next Post

Contact Form