Pitri Griho Tyagi Lyrics by Bhupen Hazarika, visit AssameseLyrics.com for more Assamese lyrics
Song: Pitri Griho Tyagi (পিতৃ গৃহ ত্যাগি)
Singer: Bhupen Hazarika
![]() |
Pitri Griho Tyagi Lyrics |
Pitri Griho Tyagi Lyrics:---
পিতৃ গৃহ ত্যাগি আই মোৰ
পতি গৃহে যায়
দুই পাৱ চলে যদি
এক পিছুৱায়।
মৃগ শিশুটিয়ে আই
তোক এৰি নিদিয়ে
পিতৃ আৰু সখীদ্বয়ে
কোন সতে এৰে?
ঐশ্বৰ্যৰ সাগৰ পাব নৃপতিৰ ঘৰে
তথাপি কি সতে আজি মালিনী নৈ এৰে?
ময়ুৰপংখী নাও তই
কন্যাক কʼলৈ কাঢ়ি নিয়?
পত্ৰবিহীন বৃক্ষক কিয়
সঁহাৰি নিদিয়।
দিগন্ত ঢাকিলে অন্ত হিন্দুৰ সত্তাই
তপোবনৰ গীতিকাৰেও প্ৰকাশ হেৰুৱায়।।
COMMENTS