Suma Diyana Lyrics by Neel Akash, visit AssameseLyrical.com for more Assamese lyrics
Song: Suma Diyana
Singer - Neel Akash
Music - Ujjwal Aarong
Mix & mastered - Ibson Lal Barua
![]() |
Suma Diyana Lyrics |
Suma Diyana Lyrics:--
চুমা, চুমা, কপাহি কোমল হিয়া
কপাহি কোমল হিয়া
আজি যেন উৰনীয়া
বিচাৰি মৰমৰে
এ বুকু ৰঙা নীলা
ওঠৰে পৰশ অকন
চুই চাই লবলে
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
আলসুৱা সপোনৰ বাৰে বাৰে
পাখি মেলা আবেগে
আকলুৱা হিয়াকে মনে মনে
কিয় আহি জগালে
হা.....
আলসুৱা সপোনৰ বাৰে বাৰে
পাখি মেলা আবেগে
আকলুৱা হিয়াকে মনে মনে
কিয় আহি জগালে
বুজানে কি কোৱানা এই মনকে
সজালোঁ ঘৰ চোৱানা
মোৰ বুকুতে
কাষৰলে আহি ৰোৱানা এবাৰলে...
হেই হেই... হা... হা... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
চুমা চুমা.... চুমা দিয়ানা
COMMENTS