Xunore Xopun Vangi Lyrics by Bishnu Prasad Rabha, visit AssameseLyrical.com for more Assamese lyrics
Song: Xunore Xopun Vangi (সোনৰে সপোন ভাঙি)
Singer: Bishnu Prasad Rabha
![]() |
Xunore Xopun Vangi Lyrics |
Xunore Xopun Vangi Lyrics:---
সোনৰে সপোন ভাঙি
পুৱঁতি নিশা সোনালী ঊষা
তন্দ্ৰালস আসি মেলি
উঠে জাগি উঠে জাগি
আউল বাউল খোপাটি খুলি
আবেশ আকুল দেহাটি তুলি
ঘূমতি হাৰা নয়নতৰা
অলপ খুলি অলপ মেলি
উঠে জাগি উঠে জাগি
(উক্ত ৰচনাৰ অন্য তথ্য আমি বিচাৰি পোৱা নাই, যদি আপুনি বিচাৰি পায় অনুগ্ৰহ কৰি আমালৈ লিখি পঠাব, ধন্যবাদ।)
COMMENTS