Moi Morim Jidina Lyrics

Published on November 28, 2020

Moi Morim Jidina lyrics by Zubeen Garg from the album Chinaki Mon – a beautiful Assamese song with heartfelt lyrics and enchanting melodies. Find the full lyrics and sing along to this soulful track.

SongMoi Morim Jidina
SingerZubeen Garg
AlbumChinaki Mon
LanguageAssamese

Moi Morim Jidina Lyrics

 

মই মৰিম যিদিনা ঐ

একেডাল বাহঁকে তিনি চেওঁ কৰিব ঐ

মাজৰ চেওঁ কচালিৰ কামি

চাৰিজন মানুহে কান্ধত তুলি নিব 

 

নৈৰ ঘাট লে বুলি মোৰ মনাই ঐ

নৈৰ ঘাট লে বুলি

দেহৰ ভৰষা নাই বুজিছা নে নাই

দেহৰ ভৰষা নাই বুজিছা নে নাই

আজি হাঁহি আছো কৱ টো নোৱাৰো 

আজি হাঁহি আছো কৱ টো নোৱাৰো 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই

AssameseLyrical.com

ঐ তিনিদিনতে তিলনি পাতিব

দহ দিনতে দহা কাজ কৰিব

গাঁওৰে গিয়াতিক মাতি ঐ

ঐ গাঁওৰে গিয়াতিক মাতি

পিৰালিৰ চুকতে আই কান্দি ৰৱ

পিৰালিৰ চুকতে আই কান্দি ৰৱ 

সোন কেনি গল বুলি মোৰ মনাই ঐ

সোন কেনি গল বুলি 

দেহৰ ভৰষা নাই বুজিছা নে নাই 

দেহৰ ভৰষা নাই বুজিছা নে নাই.

আজি হাঁহি আছো কব টো নোৱাৰো 

আজি হাঁহি আছো  কব টো নোৱাৰো 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই 

 

সাত শতৰুৱে গুন বসানিৱ 

বংশ কুতুম এই চকুলো টুকিব 

আৰো ঘুৰি নাহো বুলি

ঐ আৰো ঘুৰি নাহো বুলি

তুলসীৰ তলতেই চাঁকি গজ জ্বলাব 

তুলসীৰ তলতে চাঁকি গজ জ্বলাব 

চিকিমিকি গধুলি মোৰ মনাই ঐ

চিকিমিকি গধুলি 

দেহৰ ভৰষা নাই বুজিছা নে নাই 

দেহৰ ভৰষা নাই বুজিছা নে নাই 

আজি হাঁহি আছো কব টো নোৱাৰো 

আজি হাঁহি আছো কব টো নোৱাৰো 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই 

দেহৰ ভৰষা নাই বুজিছা না নাই 

দেহৰ ভৰষা নাই বুজিছা নে নাই 

আজি হাঁহি আছো কব টো নোৱাৰো 

আজি হাঁহি আছো কব টো নোৱাৰো 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই 

কালি বা কি আছে হাই কপালতে

কালি বা কি আছে হাই 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই 

কালি বা কি আছে হাই কপালতে 

কালি বা কি আছে হাই 

Moi Morim Jidina Full Lyrics by Zubeen Garg

https://www.youtube.com/watch?v=VuXyZ88Be4M

AssameseLyrical.com is the ultimate resource for Zubeen Garg’s music. Explore a comprehensive hub dedicated to his work, featuring his full discography, song details, and lyrics with translations.

ZubeenGarg #AssameseMusic #AssameseSong #ChinakiMon #MoiMorimJidina #Assam #ZubeenGargFans #Zubeenism #IndianMusic #IndianSinger