Nasoni Dhuniya Lyrics

Nasoni Dhuniya Lyrics By visit AssameseLyrical.com for more Assamese lyrics

Nasoni Dhuniya Lyrics




Song: Nasoni Dhuniya

Singer: Jishu Raj


Nasoni Dhuniya Lyrics


ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা

 

ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা

আৰু যে ধুনীয়া

মুগা ৰিহা মেখেলা


দেখি মোৰ গাবলে মনে যায় বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি জান ঐ জান


ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা ঐ

AssameseLyrical.com

মোৰ ফুলনিৰ ফুল হলে

সজাই থলো হেঁতেন জান ঐ

ফুলদানি কৰী

মোৰ পথাৰৰ ধান হলে

সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰী

দেখি মোৰ গাবলৈ মন যায়

বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি

জান ঐ জান


ঐ নাচনী ধুনীয়া

হাঁহিত মৰমলগা ঐ


ঐ নাচনী নামৰূপতে বহু কথাই জানা

নে ঐ জান নে

এ হেনো দিনে ধৰি পেলালা প্ৰেমতে

ঐ বুজা নে

দেখিলে গাবলৈ মনে যায়

বহাগৰে গান

নোৱাৰি থাকিব আঁতৰি

জান ঐ জান

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0