Eta Kotha Kua Na Lyrics

 Eta Kotha Kua Na Lyrics



Song: Eta Kotha Kua Na

Singer:  Zubeen Garg & Harchita Bhattacharya

Movie: Ratnakar


Eta Kotha Kua Na Lyrics

এটা কথা কোৱানা

চুই মোক চোৱা না

মই তোমাৰেনো হয় নে নহয়…

এটা কথা কোৱানা

চুই মোক চোৱা না

মই তোমাৰেনো হয় নে নহয়…

পাপো বুলি মাতানা

মাতি নিজক সুধানা

তুমি মোৰেই মুনুজনী হয় নহয়…

বুকুৰে আমঠু তুমিয়েই সকলো

নিজকে দেখোঁ তোমাৰে মাজত…

এটা কথা কোৱানা

চুই মোক চোৱা না

মই তোমাৰেনো হয় নে নহয়…

AssameseLyrical.com

 এপাহি সপোনৰ

তুমিয়েই আলহী

ৰদালি দিঠকৰ তুমিয়েই তুলসী

অ’… তৰালী আকাশৰ

তুমিয়েই পুৱতি

শেৱালি মৰমৰ

তুমিয়েই ধৰণি

ফুটুকী পখিলি

শোণিতৰ শেৱালি

তোমাতে আঁকো হৃদয়ৰ সাগৰ…

এটা কথা কোৱানা

চুই মোক চোৱানা

মই তোমাৰেনো হয় নে নহয়…

প্ৰতিটো সময়ৰ

তুমিয়েই চিনাকি

দুভৰি দুহাটত

তুমিয়েই সঁহাৰি

অ’…সুখৰো দুখৰো

তুমিয়ে লগৰী

সুবাসী দুচকুৰ

তুমিয়ে তৰালী

ফুটুকী হৰিণী

তুমিয়ে ধেমালি

তোমাতে পালোঁ আকাশৰ সাঁথৰ

এটা কথা কোৱা না

চুই মোক চোৱা না

মই তোমাৰেনো হয় নে নহয়…

Leave a Comment