Preetir Xubakhe Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Preetir Xubakhe
Singer: Zubeen Garg
Album: Anamika
Preetir Xubakhe Lyrics
প্ৰীতিৰ সুৱাসে
ধুৱাই দিলেহি
মোৰেই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু
প্ৰীতিৰ সুৱাসে
ধুৱাই দিলেহি
মোৰেই উদাসী মন
দুচকু তুলি
চৌপাশে চাঁলো
ফুলিছে ৰজনিগন্ধা
আকাশত দেঁখো
সাৰদী জোনাক
নামিছে অলকানন্দ
আকাশত দেঁখো
সাৰদী জোনাক
নামিছে অলকানন্দ
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰই উদাসী মন
শত ৰজনিৰ এন্ধাৰ আতৰি গ’ল
সুন্দৰৰে ৰোহন পাখিৰে জীৱ্ন ৰঙালী হ’ল
আকাশত দেখো
শাৰদী জোনাক
নামিছে অলকান্ন্দা..
আকাশত দেঁখো
শাৰদী জোনাক
নামিছে অলকান্ন্দা..
AssameseLyrical.com
পাহৰা গীতৰ সুৰে আহি...
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু...
প্ৰীতিৰ সুৱাসে
ধুৱাই দিলেহি
মোৰেই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু
প্ৰীতিৰ সুৱাসে
ধুৱাই দিলেহি....
COMMENTS