Sesa Pori Jabo Nidiba Lyrics By Babu Baruah, visit AssameseLyrical.com for more Assamese lyrics
![]() |
Sesa Pori Jabo Nidiba Lyrics |
Song: Sesa Pori Jabo Nidiba
Album: Aaloxuwa Mon
Singer: Babu
Sesa Pori Jabo Nidiba Lyrics
চেচাঁ পৰি যাব নিদিবা
তোমাৰ গাভৰূু দেহা
তোমাৰ পৰশ পালে উমাল হব
বুকুৰ ভাজত ঘামে উমলিব
দুচকুৱে কথা কব
দুটি ওঠঁ মাথোঁ কপিঁব
গভীৰ হব মৰম কিমান
মনে মাথোঁ বুজিব
চেচাঁ পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
AssameseLyrical.com
তোমাৰ পৰশ পালে উমাল হব
বুকুৰ ভাজত ঘামে উমলিব
মনৰ কথাটি
্নকলেও তুমি চাগে বুজা
লওঁ নে সাৱটি
সকলো তোমাৰ এটি খোজত (2X)
্দুটি দেহা এটি কৰোঁ আহাঁ
মৰম নদীত উটি উটি
চেচাঁ পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
তোমাৰ পৰশ পালে উমাল হব
বুকুৰ ভাজত ঘামে উমলিব
দীঘ্ল নিশাটি
উশাবোৰ দেখোঁ চুটি চুটি
শীতল এছাতি
ও প্ৰেমৰ ব্য় চুলেহি দেহাতি (2X)
দুটি দেহা এটি কৰোঁ আহাঁ
মৰম নদীত উটি উটি
চেচাঁ পৰি যাব নিদিবা
তুমাৰ গাভৰু দেহা
তুমাৰ পৰশ পালেই উমাল হব
বুকুৰ ভাজত থামে উমলিব
COMMENTS