Tumi Tumi Loga Lyrics By Anurag Saikia, visit AssameseLyrical.com for more Assamese lyrics
![]() |
Tumi Tumi Loga Lyrics |
Song: Tumi Tumi Loga
Singer: Anurag Saikia
Tumi Tumi Loga Lyrics
তুমি তুমি লগা
বতাহ জাকৰ বহু কথা
কপি কপি উঠা
অনুৰাগৰ কিনো বেঠা
চোৱাচোন এবাৰ আহি তুমি
প্ৰেমৰ এই জাননী
AssameseLyrical.com
ওহ দিয়াচোন বুকুতে লিখি
সোনালী চেনেহৰ চিঠী
উলাহৰে নদীত
ঢৌ বোৰে খেলি
সাৱতি ধৰে
মোক আজি তোমাকে ভাবি
ও ও হো আকি আচো ছবি
চাওনিত সিচি
দিচো মই প্ৰতিশ্ৰুতি
পুৱৰ আকাশে কলে
মই তোমাৰ চিৰদিনলে
নৰবা দুৰতে
আজি বিচাৰো কাষতে
নুবুজো মই একোকে
কিয় বসন্ত চৌপাশে
শুকুলা শুকুলা ৰাতি আছো উজাগৰে
সমীৰো সুবাস খেদি
আহিবা দুভাগ ৰাতি
অভিমানৰ দি পেলাবা
মনে মনে
কাহিনী দুৱৰিত লিখি
তুমি বিচৰা খিনি
দুবাহুতে মোৰ
থিতাপি লবা
উলাহৰে নদীত
ঢৌ বোৰে খেলি
সাৱতি ধৰে মোক আজি
তোমাকে ভাবি
ওহ ও ও আকি আচো ছবি
জুৰীয়া পখীৰ চাৱ্নীত সিচি
দিচো মোই প্ৰতিশ্ৰুতি
COMMENTS